• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

2 years ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

4 minutes ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

22 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

3 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

3 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

4 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

6 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

19 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

editor by editor
June 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱেব চিৰিজ ‘দ্যা ট্ৰায়েল’ত কাজলৰ সৈতে কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাসৰ আত্মঘাতীৰ খবৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ ৩২ বছৰীয়া এইগৰাকী অভিনেত্ৰী পূৰ্বে কাটাৰ এয়াৰলেন্সৰ এগৰাকী বিমানসেৱিকা আছিল৷ বিগত ৬ জুনত লোখণ্ডৱালাত তেওঁৰ নিজা ফ্লেটৰ পৰা মালবিকাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে নূৰৰ দেহ৷ নূৰে আত্মহত্যা কৰিছে নে আন কিবা সেয়া এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষী সূত্ৰই৷

চুবুৰীয়া ফ্লেটৰ বাসিন্দাই গোন্ধ পোৱাত ফ্লেটৰ দুৱাৰ ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰে মালবিকাৰ উঁৱলি যোৱা মৃতদেহ৷ ওছিয়াৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মালবিকাৰ মৃতদেহ৷ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই মৃতদেহৰ কাষত লাভ কৰিছে মোবাইল ফোন আৰু এখন ডায়েৰী৷

নূৰৰ ঘৰ অসমতেই

নূৰৰ দেহ উদ্ধাৰৰ পাছতেই গুৰুগ্ৰামৰ সিদ্ধাৰ্থ হাস্পতালত পোষ্টমৰ্টেমৰ বাবে লৈ গৈছে আৰক্ষীৰ দলে৷ তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগৰো চেষ্টা চলাইছে বুলি জনাইছে আৰক্ষী সূত্ৰই৷ আৰক্ষীয়ে ৯ জুন দেওবাৰে তেওঁৰ দেহ এটা স্বেচ্ছাসেৱী সংস্থাৰ সহায়ত দাহ কৰিছে আৰক্ষীয়ে৷ মুম্বাইত চমজি নোলোৱা মৃতদেহ সৎকাৰ কৰে বিশেষ স্বেচ্ছাসেৱী সংস্থাটোৱে৷ নূৰৰ অসমত ক’ত ঘৰ কি কথা সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ মালবিকাই হিন্দী চিনেমাৰ ওপৰিও কেইবাখনো ৱেব চিৰিজত কাম কৰিছে৷

নূৰৰ মৃতদেহ উদ্ধাৰৰ পাছতেই নূৰে অভিনয় কৰা ৱেব চিৰিজ দ্যা ট্ৰায়েল উইথ দ্যাত একেলগে কাম কৰা বন্ধু আলোকনাথে কয়, ‘মই নূৰক বহু বছৰ ধৰি চিনি পাওঁ৷ আৰু তাইৰ সৈতে তাইৰ মুম্বাইৰ ফ্লেটত এসপ্তাহ আগতো আমি লগ পাইছো সময় কটাইছো৷’ নূৰে হিন্দী ছবি ক্ৰমে, ছিছকিয়ান, ৱাকমেন, তিখি চাটনি, জাহন্য উপয়া, চাৰ্মসুখ, বেকৰোড হেষ্টলৰ দৰে ছবিত অভিনয় কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে
বিনোদন

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

June 21, 2026
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?
বিশ্ব

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

June 21, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
Next Post
বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.