• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসর্গ কৰিছিল, কিন্তু বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকিয়ে

নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসর্গ কৰিছিল, কিন্তু বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকিয়ে

1 year ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 minutes ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

31 minutes ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

3 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

15 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

16 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

17 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

18 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

18 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

20 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসর্গ কৰিছিল, কিন্তু বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকিয়ে

editor by editor
January 3, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসর্গ কৰিছিল, কিন্তু বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকিয়ে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসর্গ কৰিছিল, কিন্তু বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকিয়ে

বিগত বৰ্ষতেই সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা। পাছে আজি নতুন বছৰৰ ৩ তাৰিখেহে পোহৰলৈ আহে সকলো। ৩০ ডিচেম্বৰত সংঘটিত হোৱা ঘটনাৰ আজি ৩ জানুৱাৰী তাৰিখে সকলো তথ্য ফাদিল।

বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ। একেলগে বাস কৰি একেলগে নাম ধৰ্মৰ প্ৰচাৰৰ বাবে জীৱন উৎসৰ্গিত কৰা বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বিকি দাসে। উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উত্তৰ গুৱাহাটী টিলিংগাঁৱত ৰাজ্য জোকাৰি যোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল। দুই বন্ধু বিনয় দাস (পিতাই) আৰু উৎপল দাসে মিলি হত্যা কৰিছিল ২৩ বছৰীয়া বিকিক।

নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰক আছিল বিকি। কিন্তু দুই অন্তৰংগ বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে বিকিক। তাৰোপৰি পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহো লুকুৱাই ৰাখিছিল দুই হত্যাকাৰী বন্ধুৱে।

টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰচী লগাই আত্মহত্যাৰ ৰূপ দিছিল দুই বন্ধুৱে আজিহে পোহৰলৈ আহে সমস্ত ঘটনা। ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস আৰু উৎপল দাস।

৩০ ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস নামৰ ২৩ বছৰীয়া ভকত গৰাকী। একশৰণ ভাগৱতী সমাজৰ নিৰৱচিন্ন সাধক আছিল বিকি দাস ।

হত্যাকাণ্ডৰ সংঘটিত কৰি বিগত ৪ দিনে ঘটনাক গাপ দি সাধাৰণ জীৱন যাপন কৰি আছিল দুই হত্যাকাৰী বন্ধুৱে। ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ । মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: guwahatimurder caseUttar guwahatiUttar Guwahati Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…

ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.