• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

2 years ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

33 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

1 hour ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

editor by editor
January 5, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বোৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ সামৰণি। শৃংখলাৰ অন্তিমখন মেচ ছিডনীত অনুষ্ঠিত হৈছিল। এই খেলখনত অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰি ৩-১ ত শৃংখলা দখল কৰে।

ৰোহিত শৰ্মাই সমগ্ৰ ছিৰিজত ৰান সংগ্ৰহ নকৰাৰ বাবে নিজকে ছিডনী টেষ্টৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত ৰোহিতে নিজৰ ঠাইত শুভমন গিলক ছিডনী টেষ্টত খেলাৰ সুযোগ দিয়। টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ৰোহিতৰ এই সিদ্ধান্তক লৈয়ে এতিয়া ডাঙৰ মক্তব্য দিছে।

ছিডনী টেষ্টৰ পাছত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কয়, ‘ৰিপ’ৰ্ট লিখাৰ সময়ত অধিক সংবেদনশীলতা ল’ব পৰা গ’লহেঁতেন। কেপ্তেইনে যেতিয়া এনে সিদ্ধান্ত লয় তেতিয়া মই বেয়া বুলি নাভাবো। মই ভাবো সকলোৱে দলটোক প্ৰথম স্থান দিব লাগে আৰু ৰোহিতেও একেদৰেই কৰিলে।” গৌতম গম্ভীৰৰ মতে ৰোহিতে দলটোক সদায়ে নিজতকৈ আগত ৰাখে, এইবাৰো ৰাখিলে আৰু সকলোৱে তেওঁৰ সিদ্ধান্তক সন্মান কৰা উচিত।

বাৰ বাৰ ব্যৰ্থ হোৱাৰ পাছত ৰোহিতে শেষত নিজকে দলৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল। কোনো অন্য খেলুৱৈয়ে তেনে সিদ্ধান্ত লব নোৱাৰে বুলিও মন্তব্য কৰে গম্ভীৰে। এই ছিৰিজত ৰোহিতৰ সৰ্বোত্তম স্ক’ৰ আছিল মাত্ৰ ১০ ৰান। এই কাৰণেই ৰোহিতে নিজকে ছিডনী টেষ্টৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketGautam GanmhirIndia Australia MatchIndina Cricketrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
Next Post
কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

২০২৫ত অস্ত যাব শনি, যাৰ ফলত ৩ ৰাশিৰ জীৱনৰ পৰা নাইকিয়া হ’ব সকলো সমস্যা

২০২৫ত অস্ত যাব শনি, যাৰ ফলত ৩ ৰাশিৰ জীৱনৰ পৰা নাইকিয়া হ'ব সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.