• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?

৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?

3 years ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

1 hour ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

2 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

2 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

3 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

4 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

4 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

14 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

15 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

15 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

16 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

16 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?

editor by editor
January 4, 2024
in বিবিধ, ভাৰত
0
৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?
0
SHARES
26.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পূৰ্ণ হৈছে দেশৰ অন্যতম বৃহত্তম আৰু বিশ্বৰ তৃতীয় বৃহত্তম হিন্দু মন্দিৰৰ৷ ২৩৭ ফুট ওখ এই মন্দিৰটো অৱস্থিত ৭১ একৰ ভূমিত৷ ৰাম মন্দিৰৰ উদ্বোধনৰ শেষ মুহূৰ্তত এতিয়া পূৰ্ণগতিত চলিছে নিৰ্মাণৰ কাম৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰাম মন্দিৰৰ উদ্বোধনত উপস্থিত থাকিবৰ বাবে দেশৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে৷ এই সময়তেই বহুতেই ৰামৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈকো আগ্ৰহী হৈ পৰিছে৷

শ্ৰী ৰামচন্দ্ৰৰ প্ৰকৃত নাম কি আছিল?
অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বেই বহুতেই ৰাম সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ অযোধ্যাৰ সূৰ্যবংশীয় ৰজাকেই আমি শ্ৰী ৰামচন্দ্ৰৰ নামেৰে জানো৷ যাক শ্ৰী বিষ্ণুৰ দহ অৱতাৰৰ অন্যতম অৱতাৰ বুলিও কোৱা হয়৷ কিন্তু ৰামচন্দ্ৰৰ প্ৰকৃত নাম ৰাম নাছিল৷ শুনি আচৰিত হ’লেও এয়াই সত্য৷ ৭৩৭৩ বিচি অৰ্থাৎ যীশুখ্ৰিষ্টৰ জন্মৰ ৭৩২৩ বছৰ পূৰ্বে ৰামচন্দ্ৰৰ জন্ম হৈছিল৷ বৰ্তমানৰ পৰা প্ৰায় ৯৩৩৯ বছৰ পূৰ্বে তেওঁৰ জন্ম হয়৷ বৈদিক পঞ্জিকা অনুসৰি চ’ত মাহৰ নৱমী তিথিত তেওঁৰ জন্ম বুলি জনা যায়৷ সাধাৰণভাৱে এই দিনটোক দেশজুৰি ৰাম নৱমী হিচাপে পালন কৰা হয়৷ গৱেষণাৰ অন্তত ৰামৰ প্ৰকৃত নামো পোহৰলৈ আহিছে৷ ৰামৰ প্ৰকৃত নাম আছিল ৰাঘৱ৷ অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ আছিল তেওঁ৷ তেওঁৰ সম্পূৰ্ণ নাম আছিল দশৰথ ৰাঘৱ৷

পিতৃৰ আদেশ মানিয়েই তেওঁ ১৪ বছৰৰ বাবে বনবাসলৈ যায়৷ তাতেই লংকাৰ ৰজা ৰাৱণে তেওঁৰ পত্নী সীতাক হৰণ কৰে৷ সমুদ্ৰ পাৰ হৈ লংকা আক্ৰমণ কৰে ৰামচন্দ্ৰই৷ দশানন ৰাৱণক বধ কৰি পত্নী সীতাক উদ্ধাৰ কৰি আনে তেওঁ৷ ৰাৱণক বধ কৰাৰ পাছতেই শ্ৰী ৰামচন্দ্ৰ নামেৰে পৰিচিত হৈ পৰে দশৰথ ৰাঘৱ৷ ৰামৰ ওপৰিও ৰামন নামেৰেও তেওঁ পৰিচিত৷ সংস্কৃতত ৰাম শব্দৰ অৰ্থ সুন্দৰ আৰু আকৰ্ষক৷ সংস্কৃত ভাষাত ৰামৰ কৃষ্ণবৰ্ণ৷ ৰামৰ গাৰ বৰণো আছিল কৃষ্ণবৰ্ণৰেই৷ তেওঁক সেয়ে ৰাম নামেৰেই অভিহিত কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
Next Post
২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.