• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

3 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

7 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

7 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

8 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

8 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

8 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

9 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

10 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

11 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

13 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

editor by editor
January 4, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী
0
SHARES
47.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুলগেৰিয়াৰ ব্যক্তি আছিল বাবা ভাঙ্গা৷ ১৯১১ চনৰ ৩ অক্টোবৰত বুলগেৰিয়াত তেওঁৰ জন্ম৷ এবাৰ প্ৰৱল বৃষ্টিপাত আৰু বজ্ৰপাতৰ কৱলত পৰিছিল তেওঁ৷ সেই দুৰ্ঘটনাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিলেও দৃষ্টিশক্তি হেৰুৱাই বাবা ভাঙ্গাই৷ দৃষ্টিশক্তি হেৰুৱাই পেলালেই তেওঁ ভৱিষ্যৎ দৰ্শনৰ ক্ষমতা অৰ্জন কৰে৷ বাবা ভাঙ্গাৰ বহু ভৱিষ্যতদ্বাণী পূৰ্বেও সঁচা প্ৰমাণিত হৈছে৷ তেওঁৰ ভৱিষ্যতদ্বাণীৰ ভিতৰত আছে আমেৰিকাৰ ৯.১১ ৰ আক্ৰমণ৷ ব্ৰেকিট, চাৰনোবিলৰ বিপৰ্যয়, প্ৰিন্সেছ ডায়েনাৰ মৃত্যু, ছোভিয়েট ইউনিয়নৰ পতন, ২০০৪ চনৰ থাইলেণ্ডৰ ছুনামী, বাৰাক ওবামাৰ মাৰ্কিন প্ৰেছিডেণ্ট পদত অভিষেকৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ ভৱিষ্যতদ্বাণী তেওঁ পূৰ্বেই কৰিছিল৷ সেইগৰাকী বাবা ভাঙ্গাই ২০২৪ চনক লৈয়ো কৰি গৈছে কেইবাটাও ভৱিষ্যতদ্বাণী৷

বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণীমতে ২০২৪ চনটো আৰ্থিক, সামাজিক আৰু ৰাজনৈতিকভাৱে ভাল নহয়৷ এই বছৰ সমগ্ৰ বিশ্বতেই আৰ্থিক মন্দাই দেখা দিব পাৰে৷ বিশ্ব অৰ্থনীতিৰ ওপৰতো এই মন্দাৰ গভীৰ প্ৰভাৱ পৰিব৷

বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত বিশ্বৰ বৃহত্তম দেশে জৈৱ অস্ত্ৰৰ পৰীক্ষা কৰিব পাৰে৷ যদি এই ঘটনা ঘটে তেন্তে ইয়াৰ মাৰাত্মক প্রভাৱ যি স্থানত পৰিব সেই স্থানৰ প্ৰকৃতি আৰু মানুহৰ ওপৰত বিস্তৰ প্রভাৱ পৰিব৷

এই বছৰ বিশ্ব উষ্ণায়ণৰ প্রভাৱ বেয়াকৈ পৰিব বিশ্বত৷

বাবা ভাঙ্গাই কোৱা অনুসৰি ২০২৪ চনত আততায়ীৰ আক্ৰমণত মৃত্যু হ’ব পাৰে ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ৷ তেওঁৰ নিজৰ দেশৰ লোকেই তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ কৰিব পাৰে৷

২০২৪ চনত দুৰাৰোগ্য ৰোগৰ চিকিৎসা উদ্ভাৱন হ’ব পাৰে৷ নতুন বছৰত কৰ্কট আৰু আলঝেইমাৰৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসা উদ্ভাৱন কৰিব বিজ্ঞানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
Next Post
প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি!  আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…

ড্ৰাইভাৰটো সৰু ল'ৰা, Anytime খাই থাকে সি! আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.