• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

1 year ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

27 minutes ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

1 hour ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

2 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

4 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

editor by editor
November 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱেম্বৰ মাহত বুধাদিত্য ৰাজযোগৰ বিশেষ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যাব৷ আগন্তুক মাহত সূৰ্য আৰু বুধ বৃশ্চিক ৰাশিত কাষৰীয়াকৈ অৱস্থান কৰিব৷ সূৰ্য আৰু বুধৰ এই যুঁটিৰ ফলত বৃশ্চিক ৰাশিত নৱেম্বৰ মাহত বুধাদিত্য ৰাজযোগ গঠিত হ’ব৷ ইয়াৰোপৰি নৱেম্বৰত কুম্ভ ৰাশিত মাৰ্গী দশা এৰি চিধাপথেৰে যাত্ৰা কৰিব শনিয়ে৷ জানি থওক এই সকলো যোগৰ ফলত নৱেম্বৰ মাহত কোন কোন ৰাশিৰ জাতকৰ ভাগ্য খুলিব৷

মেষ ৰাশি

টেৰো কাৰ্ডৰ গণনা অনুসৰি দেখা গৈছে যে নৱেম্বৰ মাহ মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ বিদেশৰ পৰাও এই সময়ত অৰ্থলাভ হ’ব পাৰে আপোনাৰ৷ আগন্তুক মাহত মেষৰ জাতকৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ ৰাজনীতিক ময়দানত নিজৰ বিৰোধীসকলক দমাই ৰাখিব পাৰিব৷ দুৰাৰোগ্য কোনো অসুখৰ পৰা মুক্তি পাব৷
কৰ্কট ৰাশি

টেৰো কাৰ্ডৰ গণনা অনুসৰি নৱেম্বৰত কৰ্কট ৰাশিৰ জাতকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি পাব৷ এই সময়ত কোনো নতুন প্ৰকল্প আপুনি আৰম্ভ কৰিব পাৰে৷ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ প্ৰেমকো ভাল সময় কটাব আপুনি৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল লাভ কৰিব৷

সিংহ ৰাশি

নৱেম্বৰ মাহত সম্পৰ্কৰ দিশৰ পৰা পজিটিভ ফলাফল পাব সিংহ ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপুনি কোনো পুৰণি বন্ধুক দেখা পাব পাৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব৷ নৱেম্বৰ মাহত উপাৰ্জন বাঢ়িব পাৰে সিংহ ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

টেৰো গণনা অনুসৰি নৱেম্বৰ মাহত সম্পত্তি সংক্ৰান্তিয় বিষয়ত লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ নতুন ঘৰ বা নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব পাৰে৷ এই সময়ত আপোনাৰ জীৱনত সুখ শান্তি আহিব৷ আৰ্থিক বিষয়ত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

বৃশ্চিক ৰাশি

টেৰো গণনা অনুসৰি নৱেম্বৰ মাহত ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ সংসাৰত শান্তি থাকিব৷ আগন্তুক মাহত পেছাগত জীৱনত উন্নতিৰ পথেৰে আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতক৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
অনুৰাগীৰ পৰা দূৰে দূৰে শ্বাহৰুখ! ৫৯তম জন্মদিনত কিয় ছাদৰ পৰা দেখা নিদিলে শ্বাহৰুখে?

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ...! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন