• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা

ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা

5 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

8 minutes ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

34 minutes ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

1 hour ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

2 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

3 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

5 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

5 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

6 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

6 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা

editor by editor
May 9, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
ক’ৰোনা যুদ্ধঃ ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ, কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশ তথা ৰাজ্যত ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এন আৰ এলে ২৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তি  যোগে জানিবলৈ দিছে এন. আৰ. এল কৰ্তৃপক্ষই।

কোম্পানীটোৱে ক’ভিড সৃষ্ট পৰিবেশৰ সৈতে যুঁজ দিবলৈ আৰু বিভিন্ন সুবিধা আৰু ব্যৱস্থা কৰাৰ বাবে এই ধন খৰচ কৰিব।

ইয়াৰ ভিতৰত এন. আৰ. এলে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এখন মেকশ্চিষ্ট ক’ভিড হাস্পতাল বনাবলৈ সাত কোটি টকা নিৰ্ধাৰণ কৰিছে। এই হাস্পতালখন এমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ১২০ খন বিচনাযুক্ত এই হাস্পতালখনত ২০খন আই চি ইউ বিচনা থাকিব, যিকেইখনত ভেন্টিলেট’ৰ, কার্ডিয়াক ম’ণিটৰ, অক্সিজেন ক’নছেণ্টেটৰ আৰু অক্সিজেন ছিলিণ্ডাৰেৰে সমৃদ্ধ হ’ব। আনহাতে, তিতাবৰ ছিভিল হাস্পতালত ১০০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।

এনেধৰণৰ অন্য কেইখনমান ক’ ভিড কেয়াৰ চেণ্টাৰ সৰুপথাৰ, বোকাখাত আৰু গোলাঘাটত স্থাপন কৰা হ’ব। নুমলীগড় স্থিত ভি. কে. এন. আৰ. এল স্কুল অৱ নাৰ্ছিঙক ২০২১ ৰ মে’ মাহৰ মাজভাগত ৭০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰলৈ পৰিবৰ্তিত কৰা হ’ব। এই হাস্পতালত ভি. কে. এন. আৰ. এলৰ সকলো ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰীয়ে ২৪ ঘণ্টাই সেৱা আগবঢ়াব।

উল্লেখ্য, এন. আৰ. এলে এন ৯৫ মাস্ক, পালচ অক্সিমিটাৰ, হেণ্ড ছেনিটাইজাৰ, এয়াৰ কণ্ডিছ’নাৰ, নেবুলাইজাৰ, বি পি জোখা যন্ত্র সম্বন্বিতে বিভিন্ন চিকিৎসা সঁজুলি আৰু ব্যৱস্থাৱলী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ক প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, কোম্পানীটোৱে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ক ২৫০ অক্সিজেন ছিলিণ্ডাৰ (১০ লিটাৰ/ ৪৭ লিটাৰ) প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। এই ছিলিণ্ডাৰখিনি ২০২১ চনৰ জুন মাহৰ তৃতীয় সপ্তাহত হস্তান্তৰিত হ’ব। ইয়াৰ লগতে, বিভিন্ন চিকিৎসালয়ত অক্সিজেন ক’নছেনট্রেট’ৰ যোগান ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ আগতে এন. আৰ. এলে ভেকচিন ৰাখিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ৩৫টা ডীপ ফ্ৰিজাৰ প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পদক্ষেপৰ অংশ ৰূপে এন. আৰ. এলে বিহাৰৰ চাৰিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অক্সিজেনৰ প্ৰয়োজন পুৰণ কৰাৰ উদ্দেশ্যেৰে প্রতি মিনিটত ৫০০/১০০০ লিটাৰ উৎপাদন ক্ষমতাৰ অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্রকল্পটোত অক্সিজেন উৎপাদন কার্য এই বছৰৰ জুলাই মাহৰ পৰা আৰম্ভ হ’ব।

এন. আৰ. এলে ক’ ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি কোম্পানীটোৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহ, ঠিকাদাৰসমূহ, হিতাধিকাৰীসমূহ আৰু সমীপবর্তী অঞ্চলৰ লোকসকলক প্রতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এন. আৰ. এলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে নুমলীগড় আৰু -শিলিগুড়িত ক’ভিড কেয়াৰ চেণ্টাৰ, আইছ’ লেশ্বন আৰু কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে বনাই দিয়া হৈছে। লগতে এন. আৰ. এল. টাউনশিপস্থিত ভি. কে. এন. আৰ. এল. হাস্পতালত প্রতি মিনিটত ৫০০ লিটাৰ উৎপাদন ক্ষমতাৰ এটা অক্সিজেন প্রকল্প স্থাপন কৰাৰ ব্যৱস্থা কৰিছে । এই প্ৰকল্প ২০২১ ৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

ইয়াৰ উপৰিও নুমলীগড়, গোলাঘাট, বোকাখাত আৰু ডেৰগাঁও আদি স্থানত ছাৰ্জিকেল মাস্কৰ বিতৰণ বঢ়াই দিয়া হৈছে । এতিয়ালৈ এই স্থানবোৰত দুই লাখতকৈ অধিক মাস্ক বিতৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19nrl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
Next Post
দিছপুৰৰ পুৰণি আৱাসেই ঠিকনা হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিছপুৰৰ পুৰণি আৱাসেই ঠিকনা হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ

হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.