• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

12 months ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

6 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

7 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

8 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

8 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

9 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

10 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

10 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

11 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

editor by editor
October 11, 2025
in জীৱনশৈলী, বিবিধ
0
তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা হৈছে সূৰ্য৷ সূৰ্যই এটা এটা ৰাশিত এমাহ ধৰি অৱস্থান কৰে৷ বৰ্তমান সূৰ্য আছে কন্যা ৰাশিত৷ আগন্তুক ১৭ অক্টোবৰৰ বিয়লি ১ বাজি ৫৩ মিনিটত সূৰ্যই কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব৷ ১৬ নৱেম্বৰ পৰ্যন্ত সূৰ্যই তুলা ৰাশিতেই থাকিব৷ জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিত সূৰ্যৰ অৱস্থান গ্ৰহণৰ ফলত ভাল লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ৷ তিনি ৰাশিৰ জাতকে এই সময়ত নিজৰ জীৱনত উল্লেখযোগ্য পৰিবৰ্তন দেখা পাব৷ জানি থওক সূৰ্যৰ গোচৰৰ প্ৰভাৱত কাৰ কাৰ ভাগ্য উজলি উঠিব?

বৃষ ৰাশি

বৃষ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত একাধিক উপায়েৰে লাভ কৰাৰ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ প্ৰতিযোগিতাত জয়ী হ’ব পাৰে৷ শত্ৰুক হৰুওৱাব পাৰে৷ স্বাস্থ্য সমস্যৰ পৰা মুক্তি পাব৷ আইনী গোচৰ চলিলে ৰায় আপোনাৰ পক্ষলৈ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ সুফল পাব৷ সকলো কামতেই সাফল্য পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সিংহ ৰাশিৰ তৃতীয় ঘৰত সূৰ্যৰ গোচৰত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ প্ৰকৃত শক্তি গম পাব৷ ব্যক্তিগত সম্পৰ্ক আৰু মজবুত হব৷ এই সময়ত কথোপকথনত উগ্ৰতা আনিলে অসুবিধাৰ সন্মুখীন হব৷

ধনু ৰাশি

ধনু ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ প্ৰভাৱত মনৰ ইচ্ছা পূৰণ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ৷ পুৰণি বন্ধুৰ সৈতে নতুনকৈ যোগাযোগ গঢ়িব পাৰে৷ চাকৰিয়ালৰ উপাৰ্জন বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.