• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

2 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

3 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

4 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

6 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

7 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

8 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

editor by editor
September 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন
0
SHARES
453
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

মুখ্যমন্ত্ৰীৰ শাসনভাৰ হাতত লৈয়ে তুংগত উঠিছে নতুন মুখ্যমন্ত্ৰী আতিশীৰ কাম। প্ৰথমেই হাতত লৈছে দিল্লীৰ প্ৰদূষণ সমস্যা। সেই উদ্দেশ্যে ৰাজধানীত কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী আতিশীয়ে। ইয়াৰ উপৰিও যুগ্ম-অযুগ্ম বাহন চলোৱাৰো সিদ্ধান্ত।

অনতিপলমে আৰম্ভ হব যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচল নিয়ম। যাৰ দ্বাৰা কিছু পৰিমানে হলেও প্ৰদূষণ হ্ৰাস হোৱাৰ আশা। দিল্লী প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা অনুসৰি নৱেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত এই কৃত্ৰিম বৰষুণৰ ব্যৱস্থা কৰা হ’ব।

এই সকলো বিষয়ে সদৰি কৰে দিল্লী চৰকাৰৰ পৰিবেশ মন্ত্ৰী গোপাল ৰায়ে। তেখেতে এই বিষয়ে সদৰি কৰে কয় যে, শীতকালীন প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পদ্ধতি অনা হব। ইয়াক উইণ্টাৰ এক্সন প্লান নাম দিয়া হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে, পূৰ্বৰ তুলনাত দিল্লীত বহু পৰিমাণে প্ৰদূষণ হ্ৰাস পাইছে। ২০১৬ ৰ পৰা ২০২৩ৰ ভিতৰত দিল্লীত৩৪.৬ শতাংশ প্ৰদূষণ হ্ৰাস পাইছে। বৃক্ষৰোপনে এই প্ৰদূষণ হ্ৰাস কৰাত সহায়ক হৈছে। বিগত ৪ বছৰত দিল্লীত ২ কোটি গছ ৰোপন কৰাই নহয় প্ৰতিডাল গছ ভালদৰে ৰখাটো ইয়াৰ মুখ্য কাৰণ।

কৃত্ৰিম বৰষুণ সন্দৰ্ভত কয় যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সৈতে কথা পাতি দিল্লীত কৃত্ৰিম বৰষুণ কৰাৰ বাবে অনুমতি বিচাৰিছে। ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত এই বৰষুণ কৰোৱাৰ বাবে অনুমতি বিচাৰিছে। কিয়নো তাৰ ঠিক পূৰ্বে দীপাৱলী যাব। সেয়ে দীপাৱলীৰ অত্যাধীক প্ৰদূষণ হ্ৰাসৰ বাবে এই কৃত্ৰিম বৰষুণৰ বাবে পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলেই ই নিশ্চিত হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Artificial RainAtishi CMdelhiDelhi CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
ধৰ্… অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা, হতবাক অনুৰাগী

ধৰ্... অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা, হতবাক অনুৰাগী

শেষ পৰ্যায়ত অসম চুক্তিৰ ৬ নং দফা, সংবাদমেল যোগে সদৰি মুখ্যমন্ত্ৰীৰ

শেষ পৰ্যায়ত অসম চুক্তিৰ ৬ নং দফা, সংবাদমেল যোগে সদৰি মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.