দৰঙৰ ‘শিল্পী সাৰথি’ৰ প্ৰশংসনীয় পদক্ষেপ। অনাদৃত শুকনানি ওজাপালিক পুনৰুজ্জীৱিত কৰা। ওজাপালিৰ কৰ্মশালাত নৱপ্ৰজন্মৰ অংশগ্ৰহণ।