শুনি আচৰিত হ’লেও এয়াই সত্য৷ বৃদ্ধ পুৰুষৰ লগতহে যৌনতাত চৰম সুখ লাভ কৰে নাৰীয়ে। বেছি সংখ্যক নাৰীয়ে বয়সীয়াল পুৰুষৰ সৈতে মিলনত আগ্ৰহী। নিজতকৈ ৩০/৩৫ বছৰ ডাঙৰ পুৰুষ নোপোৱাৰ বাবেই ইটালীৰ ৬২ শতাংশ যুৱতীয়ে বিবাহপাশত আবদ্ধ নোহোৱাকৈ আছে৷ জাৰ্মানী, আমেৰিকা আৰু গ্ৰেটব্ৰিটেইনৰ যুৱতীৰ ওপৰত চলোৱা গৱেষণাটো পোহৰলৈ আহিছে একেই তথ্য৷ বয়সীয়াল পুৰুষক নাৰীয়ে বাছি লোৱাৰ কাৰণ দাঙি ধৰিছে এই গৱেষণাই৷ ৰয়েল চ’ছাইটি অৱ মেডিকেল ছায়েঞ্চৰ জৰীপত পোৱা হৈছে এই তথ্য। নাৰীয়ে বয়সীয়াল পুৰুষকেই সংগী হিচাপে পাবলৈ আগ্ৰহী হয়৷
প্ৰথম কাৰণ হিচাপে পোৱা গৈছে যে, বয়সীয়াল পুৰুষসকল মৰমিয়াল আৰু সহনশীল হয়। তেনে পুৰুষে নাৰীৰ আবেগ অনুভূতি সহজে বুজিব পাৰে৷ বয়সীয়াল পুৰুষসকল অভিজ্ঞ আৰু সততে জ্ঞানী হয়। সেইবাবে তেনে পুৰুষৰ ওচৰত নাৰী নিৰাপদ অনুভৱ কৰে৷ বয়সীয়াল পুৰুষসকল যৌন কৰ্মত পাকৈত হয়। তেওঁলোকে নাৰীক চৰম যৌনসুখ দিব পাৰে। ৫০ বছৰতকৈ আধিক বয়সৰ পুৰুষে যৌন সংগমক যৌন কলা হিচাপে প্ৰয়োগ কৰিব জানে। নাৰীয়ে আৰ্ট অব চেক্স ভালপাই।
বয়সীয়াল পুৰুষসকলৰ সমাজত এক সুকীয়া পৰিচয় থাকে। তেওলোক সাধাৰণতে সুপ্ৰতিষ্ঠিত হয়। সেইবাবে তেনে পুৰুষে নাৰীক সামাজিক আৰু আৰ্থিক সুৰক্ষা তথা নিৰাপত্তা দিব পাৰে। কিন্তু তাৰ বিপৰীতে কম বয়সীয়া পুৰুষসকল নিজে পিতৃ মাতৃ, পৰিয়াল অথবা অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেনে পুৰুষৰ ওচৰত নাৰীয়ে পূর্ণ স্বাধীনতা নাপাই। নাৰীয়ে স্বামী অথবা জীৱন সংগীৰ ওচৰত শিশুৰ দৰে ওমলিব বিচাৰে। শিশুৰ দৰে হাঁহি স্ফুৰ্তি কৰিব বিচাৰে। বয়সীয়াল পুৰুষে নাৰীক অবাধ স্বাধীনতা দিয়ে।
বয়সীয়াল পুৰুষৰ মাজত নাৰীয়ে বন্ধু, অভিভাবক, গুৰু, আৰু পিতৃ মাতৃক বিচাৰি পায়। তেনে পুৰুষৰ ওচৰত জীৱনৰ গোপন কথাও নিঃসংকোচে প্ৰকাশ কৰিব পাৰি। বয়সীয়াল পুৰুষসকল সাধাৰণতে দয়াশীল আৰু ক্ষমাশীল হয়। বয়সীয়াল পুৰুষে দীর্ঘ সময় ফ’ৰপ্লে কৰি নাৰীক সকলো যৌন সুখ দিব পাৰে। ৫০ বছৰতকৈ আধিক বয়সৰ পুৰুষৰ সহজে বীর্যপাত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ