• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা দলক এটা নিৰ্বাচনৰ পৰামৰ্শ দিয়েই লয় ১০০ কোটি! ১০ৰাজ্যত চৰকাৰ গঠনৰ আঁৰত থকা প্ৰশান্ত কিশোৰ কিমান টকাৰ মালিক?

এটা দলক এটা নিৰ্বাচনৰ পৰামৰ্শ দিয়েই লয় ১০০ কোটি! ১০ৰাজ্যত চৰকাৰ গঠনৰ আঁৰত থকা প্ৰশান্ত কিশোৰ কিমান টকাৰ মালিক?

2 years ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

6 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

56 minutes ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

1 hour ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

2 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

3 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

3 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

6 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

6 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

8 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

8 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা দলক এটা নিৰ্বাচনৰ পৰামৰ্শ দিয়েই লয় ১০০ কোটি! ১০ৰাজ্যত চৰকাৰ গঠনৰ আঁৰত থকা প্ৰশান্ত কিশোৰ কিমান টকাৰ মালিক?

এটা দলক এটা নিৰ্বাচনৰ পৰামৰ্শ দিয়েই লয় ১০০ কোটি, ১০ৰাজ্যত চৰকাৰ গঠনৰ আঁৰত থকা প্ৰশান্ত কিশোৰ কিমান টকাৰ মালিক?

editor by editor
November 2, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
এটা দলক এটা নিৰ্বাচনৰ পৰামৰ্শ দিয়েই লয় ১০০ কোটি! ১০ৰাজ্যত চৰকাৰ গঠনৰ আঁৰত থকা প্ৰশান্ত কিশোৰ কিমান টকাৰ মালিক?
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনপ্ৰিয় ভোটকুশলী হিচাপে তেওঁ দেশৰ চিনাকি নাম৷ নাম ক’লেই চিনি পায় দেশৰ প্ৰথম শাৰীৰ ৰাজনৈতিক নেতাসকলেও৷ বহু দলক নিজৰ কৌশল দি তেওঁ অনায়াসে ভোটযুদ্ধত জিকাই আনিছে৷ সেই প্ৰশান্ত কিশোৰেই এতিয়া নিজৰ দল গঢ়ি ৰাজনৈতিক যুদ্ধত নামিছে৷

সন্মুখত বিহাৰৰ নিৰ্বাচন৷ তাতেই ভোটযুদ্ধত নামিব প্ৰশান্ত কিশোৰৰ দল৷ হঠাৎ তেওঁৰ এক বিতৰ্কিত মন্তব্যইয়ো সংবাদ শিৰোনাম দখল কৰিছে৷ তেওঁ জনাইছে, কোনো ৰাজনৈতিক দলৰ হৈ ভোটকুশলীৰ কাম কৰাৰ বাবে তেওঁৰ ফিজ প্ৰায় ১০০ কোটি টকা৷ তেওঁৰ দাবী, দেশৰ ১০খন ৰাজ্যত এই মুহূৰ্তত যি চৰকাৰ চলিছে সেয়া প্ৰকৃততে তেঁও তৈয়াৰ কৰি দিয়া কৌশলৰহে ফলশ্ৰুতি৷

আগন্তুক ১৩ নৱেম্বৰত বিহাৰৰ চাৰি বিধানসভা কেন্দ্ৰত হ’ব উপনিৰ্বাচন৷ তাতেই যুঁজ দিব প্ৰশান্ত কিশোৰৰ দল৷ পাছৰ বছৰ বিহাৰৰ বিধানসভা নিৰ্বাচন তেওঁৰ টাৰ্গেট৷ বেলাগঞ্জত এক জনসভাত তেওঁ কয় যে, বহুতেই তেওঁৰ পৰা জানিব বিচাৰে যে দল চলোৱাৰ বাবে তেঁও কৰ পৰা ইমান ধন পাইছে? আৰু সেই প্ৰসংগতেই নিজৰ ভোটকুশলী হিচাপে ইনকামৰ অংক সকলোকে জনাই দিয়ে৷

প্রশান্ত কিশোৰে কয়, ‘আপোনালোকে কি ভাৱে? মোৰ প্ৰচাৰৰ খৰচ কোনে দিছে বুলি ভাৱিছে? আপোনালোকে ভাৱে নেকি যে মই দুৰ্বল? বিহাৰত মোৰ দৰে ফীজ লোৱা মানুহৰ কথা হয়তো শুনা নাই৷ যদি কোনো নিৰ্বাচনত মই পৰামৰ্শ দিব লাগে তেন্তে তাৰবাবে মই ১০০ কোটিকৈ লওঁ৷ কেতিয়াবা বেছিও লওঁ৷ আগন্তুক ২ বছৰত মই মোৰ সকলো প্ৰচাৰৰ খৰচ যাতে চলাব পাৰো তাৰ বাবে এটা নিৰ্বাচনত কোনো এটা দলক পৰামৰ্শ দিলেই প্ৰয়োজনীয় খৰচ ওলাই যায়৷’

উল্লেখ্য যে বিহাৰৰ উপনিৰ্বাচনত ইমামগঞ্জ, বেলাগঞ্জ, ৰামগড় আৰু তাৰাৰি কেন্দ্ৰত নিৰ্বাচন৷ সকলো কেন্দ্ৰতেই প্ৰাৰ্থী দিছে কিশোৰৰ দলে৷ নিৰ্বাচনী ফলাফল প্ৰকাশ পাব আগন্তুক ২৩ নৱেম্বৰত৷ এই মুহূৰ্তত জোৰদাৰ প্ৰচাৰ চলি আছে৷ তাৰমাজতেই প্ৰশান্ত কিশোৰৰ এই মন্তব্যই নতুনকৈ বিতৰ্কৰো সৃষ্টি কৰিছে৷ নিজৰ দলক তুলি ধৰিবলৈ গৈ তেওঁ বাকীসকলক মাটিত পেলাই দিয়া বুলিও একাংশই মন্তব্য কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত
বাণিজ্য

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

August 4, 2026
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
Next Post
টকা হ’ব দ্বিগুণ, পোষ্ট অফিচৰ এই স্কিম কি জানেনে?

টকা হ’ব দ্বিগুণ, পোষ্ট অফিচৰ এই স্কিম কি জানেনে?

এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.