• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

5 years ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

53 minutes ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

2 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

2 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

10 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

11 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

11 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

12 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

12 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

13 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

14 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

15 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

editor by editor
December 29, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা
0
SHARES
845
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত ১০ দিনৰ ভিতৰত ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ৷ ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে ১২৮টা নতুন অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ সম্প্ৰতি ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৭৮১ লৈ বৃদ্ধি পাইছে৷ দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত তৎপৰ হৈছে কেন্দ্ৰ৷ অসমতো প্ৰয়োজনীয় সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইফালে ৰাজধানী দিল্লীত ৭০ শতাংশ বৃদ্ধি পাইছে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা৷ দেশৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে সান্ধ্য আইন৷ ৰাজধানী দিল্লীতো নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে কেতবোৰ নীতি-নিৰ্দেশনা৷ দিল্লীত আৰম্ভ হৈছে আংশিক লকডাউন৷ ইয়াৰ বিপৰীতে ২৪১ গৰাকী অমিক্ৰণ ৰোগী সুস্থ হৈছে ভাৰতত৷ উত্তৰ-পূবতো সংক্ৰমিত হৈছে অমিক্ৰণ৷ মণিপুৰত এগৰাকী অমিক্ৰন ৰোগী চিনাক্ত কৰিছে স্বাস্থ্যবিভাগে৷ অমিক্ৰণৰ সমান্তৰালকৈ কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ভাৰতত বৰ্তমান কৰোনা সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৭, ০০২ গৰাকী আৰু বৰ্তমানলৈকে টীকাকৰণ কৰা হৈছে ১৪৩.১৫ কোটি জনতাক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
Next Post
পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

হ্ৰাস হ’ব ইন্ধনৰ মূল্য, ২৬ জানুৱাৰীৰ পৰা ২৫ টকা পৰ্যন্ত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ দাম

হ্ৰাস হ’ব ইন্ধনৰ মূল্য, ২৬ জানুৱাৰীৰ পৰা ২৫ টকা পৰ্যন্ত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ দাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.