• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

5 years ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

54 minutes ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

2 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

2 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

10 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

11 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

11 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

12 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

12 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

13 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

14 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

15 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক

editor by editor
December 29, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী! ভাতৃৰ শয্যাসংগিনী হোৱাত অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ পত্নীক
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম  লাইভ ২৪ঃ কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী৷ এক জঘন্য ঘটনা৷ কনিষ্ঠ ভাতৃৰ শয্যাসংগিণী হোৱাত অস্বীকাৰ কৰাৰ বাবেই পত্নীক আক্ৰমণ স্বামীৰ৷ হাতুৰীৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰে পত্নীক৷ এই ঘটনা সংঘটিত হৈছে বাঘবৰৰ ধৰ্মপুৰত৷ জানিব পৰা মতে মহিলা গৰাকীক কনিষ্ঠ ভাতৃৰ শয্যাসংগিনী হোৱাৰ বাবে দীৰ্ঘদিনৰে পৰা হেচাঁ প্ৰয়োগ কৰি আহিছিল স্বামী আলিম উদ্দিনে৷ ইফালে, ককায়েকৰ সেউজ সংকেত পাই ভাতৃ কলিম উদ্দিনেও বৌয়েকক বাৰম্বাৰ দি আহিছিল একেই প্ৰস্তাৱ৷ বৌয়েকে প্ৰস্তাৱ অস্বীকাৰ কৰাত বৌয়োকৰ ওপৰত শাৰীৰিক নিৰ্যাতন আৰম্ভ কৰে কলিম উদ্দিনে৷ আনকি স্বামী আৰু দেওৰেকে হাতুৰীৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰি প্ৰাণে মৰাৰ প্ৰচেষ্টাও চলায় মহিলাগৰাকীক৷  প্ৰাণৰ ভয়ত মহিলাগৰাকী পিতৃগৃহলৈ পলায় যোৱাৰ পাছত পিতৃ পৰিয়ালে চিকিৎসাৰ ব্যৱস্থা কৰে৷ অৱশেষত আৰক্ষীৰ কাষ চপাত পোহৰলৈ আহিছে স্বামীৰ কু-কৰ্মৰ লগতে সমগ্ৰ ঘটনা৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelman attacking wife with hammer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

August 5, 2026
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
Next Post
Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

Omicron: ২১ ৰাজ্যলৈ সংক্ৰমিত অমিক্ৰণ, দেশৰ মুঠ সংক্ৰমণ ৭৮১লৈ বৃদ্ধি, এদিনতে চিনাক্ত ১২৮ নতুন সংক্ৰমণৰ ঘটনা

পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.