• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

9 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

editor by editor
June 5, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক
0
SHARES
587
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

ভৱিষ্যতৰ কথা ভাৱি যদি টকা বিনিয়োগ কৰাৰ কথা ভাবিছে, কিন্তু সঠিক সিদ্ধান্ত লব নোৱাৰি চিন্তাত পৰিছে, তেন্তে এই খবৰ আপোনাৰ বাবে। ১ লাখ টকা বিনিয়োগ কৰি লাভ কৰিব পাৰিব ৫৩ লাখ টকা।

অৱসৰ নিশ্চিত কৰিবলৈ প্ৰথমে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব। যদি আপুনি ১ লাখ টকা বিনিয়োগ কৰিব পাৰে, তেন্তে বছৰি ১২ শতাংশ সুত পাব। তাত প্ৰথম বছৰত ১.১২ লাখ টকা পাব পাৰি। তাৰ পৰাই আপোনাৰ অৱসৰৰ পৰিকল্পনা আৰম্ভ হ’ব।

যদি আপুনি মিউচুৱেল ফাণ্ডত ৫০ হাজাৰ টকা বিনিয়োগ কৰে, তেন্তে ১২ শতাংশ সুত পালে ১০ বছৰত ১৫৫,২৯২ টকা পাব। ২০ বছৰত ৪ লাখ ৮২ হাজাৰ ৩১৫ টকা পাব। ৩০ বছৰত ১৪,৯৭৯,৯৯৬ টকা পাব।

যদি কোনো ব্যক্তিৰ বয়স ২৫ বছৰ আৰু অৱসৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে ১২ শতাংশ সুতত ৬০ বছৰত ২ কোটি ৬৪ লাখ টকা লাভ কৰিব।

যদি কোনোবাই ২৫ বছৰ বয়সত ১ লাখ টকা বিনিয়োগ কৰে, তেন্তে ১২ শতাংশ মিউচুৱেল ফাণ্ডত তেওঁৰ মূলধনী লাভ হ’ব ৫১ লাখ ৭৯ হাজাৰ ৯৬২ টকা। মুঠ কৰ্পাছ হ’ব ৫২ লাখ ৭৯ হাজাৰ ৯৬২ টকা।

যদি ১০ বছৰত মুঠ বিনিয়োগ ১০ লাখ টকা হয়, তেন্তে মূলধনী লাভ হ’ব ৯ লাখ ৬৫ হাজাৰ ৪৫৮ টকা। মুঠ কৰ্পাছ হ’ব ১৯ লাখ ৬৫ হাজাৰ ৪৫৮ টকা।

যদি ২০ বছৰত মুঠ বিনিয়োগ ২০ লাখ টকা হয়। তেতিয়া মূলধনী লাভ হ’ব ৬০ লাখ ৬৯ হাজাৰ ৮৭৩ টকা। মুঠ কৰ্পাছ হ’ব ৮০ লাখ ৬৯ হাজাৰ ৮৭৩ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Future FundMutual Fund
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
৭ জুনৰ পিছত ধ্বংস! বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ববাসীক, ভয়ত সকলো

৭ জুনৰ পিছত ধ্বংস! বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ববাসীক, ভয়ত সকলো

ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.