• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

1 year ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

12 minutes ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

42 minutes ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

5 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

6 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

7 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

8 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

8 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

9 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

16 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

16 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

17 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

editor by editor
June 5, 2025
in বিবিধ, ভাৰত
0
ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো

মধ্যপ্ৰদেশৰ ৰেৱাৰ মৃত্যুৰ উপত্যকা বুলিও জনাজাত সোহাগী উপত্যকাত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

আজি বৃহস্পতিবাৰে বিয়লি সোহাগী থানা এলেকাৰ অন্তৰ্গত ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ গৈ আছিল। কিন্তু  মাজবাটতে ট্ৰাকখনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এখন অ’টোৰ ওপৰত বাগৰি পৰে।

ঘটনাৰ সময়ত অটোখনত মুঠ ৮ জন যাত্ৰী আছিল, এই দুৰ্ঘটনাৰ বাবে অটো আৰোহীসকল বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। লগতে ঘটনাস্থলীতে ৪ জন লোকে প্ৰাণ হেৰুৱায়। আনহাতে ৫ জন লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱায়।

অটোখনত যাত্ৰা কৰা আটাইকেইজন লোক মৌগঞ্জৰ নাইগাধীৰ বাসিন্দা আছিল, আনহাতে ট্ৰাকখন প্ৰয়াগৰাজ হৈ ৰেৱাৰ দিশে যাত্ৰা কৰি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিশ্ব

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

October 28, 2026
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল
অসম

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

October 28, 2026
Next Post
কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই…অৱশেষত মাতৃ আৰু প্ৰেমীক আটক

কিশোৰী কন্যাৰ সৈতে বাৰে বাৰে, বহু মাহ ধৰি মাতৃৰ সমুখতেই...অৱশেষত মাতৃ আৰু প্ৰেমীক আটক

ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.