• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

1 year ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

20 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

32 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

56 minutes ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

1 hour ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

5 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

6 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

editor by editor
June 5, 2025
in ভাৰত
0
ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি

টাটা এডভান্সড চিষ্টেমছ আৰু ফ্ৰান্সৰ ডাছল্ট এভিয়েশনে এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত ৰাফেল যুদ্ধ বিমানৰ মূল অংশ অৰ্থাৎ ফিউজেজ এতিয়া ভাৰতত নিৰ্মাণ কৰা হ’ব। এতিয়ালৈকে এই অংশটো কেৱল ফ্ৰান্সতহে নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হ’ব।

ইয়াৰ বাবে টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত এটা আধুনিক কাৰখানা নিৰ্মাণ কৰিব। এই কাৰখানাতে প্ৰস্তুত কৰা হ’ব ৰাফেল যুঁজাৰু বিমানখনৰ বডীৰ প্ৰয়োজনীয় অংশ। এই পৰিকল্পনা অনুসৰি ২০২৮ চনৰ ভিতৰত প্ৰতিমাহে দুটাকৈ সম্পূৰ্ণ ফিউজেজ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত ভাৰতৰ বিমান নিৰ্মাণৰ শক্তি বৃদ্ধি পাব আৰু বিশ্বৰ বিমান নিৰ্মাণ খণ্ডত ভাৰতে বিশেষ স্থান লাভ কৰিব।

এই অংশীদাৰিত্বৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত ৰাফেল যুঁজাৰু বিমানৰ কিছু গুৰুত্বপূৰ্ণ অংশ নিৰ্মাণ কৰিব। ইয়াৰ ভিতৰত বিমানখনৰ পিছফাল, মাজ আৰু সন্মুখৰ অংশও অন্তৰ্ভুক্ত হ’ব।

ডাছ’ল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে কয় যে এই সিদ্ধান্ত ভাৰতত বিমান নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বস্তুৰ যোগান শৃংখল শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ লগতে কয় যে টাটা এডভান্সড চিষ্টেমছৰ দৰে ভাৰতীয় কোম্পানীৰ সৈতে একেলগে কাম কৰিলে ৰাফেল যুঁজাৰু বিমানৰ উৎপাদন সহজ হ’ব।

ইয়াৰ লগতে ভাল মানৰ আৰু সস্তা যুঁজাৰু বিমানো নিৰ্মাণ কৰা সম্ভৱ হ’ব। টাটা এডভান্সড চিষ্টেমছৰ চিইঅ’ সুকৰ্ণ সিঙে কয় যে ভাৰতৰ মহাকাশ (বিমান নিৰ্মাণ) দিশত এই অংশীদাৰিত্ব এক বৃহৎ সফলতা। ইয়াৰ দ্বাৰা ভাৰতত আধুনিক আৰু শক্তিশালী বিমান নিৰ্মাণৰ প্ৰযুক্তিৰ বিকাশ ঘটিব।

এই চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰাই নহয়, দেশখনক অৰ্থনৈতিকভাৱেও শক্তিশালী কৰি তুলিব। ইয়াৰ দ্বাৰা ভাৰত বিশ্বৰ মহাকাশ যোগান শৃংখল অৰ্থাৎ বিমান নিৰ্মাণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
Next Post
দৈনিক ৰাশিফল- আজি নিৰ্জলা একাদশীত ৰবিযোগ-চিত্ৰা নক্ষত্ৰ, কেনে যাব দিনটো

দৈনিক ৰাশিফল- আজি নিৰ্জলা একাদশীত ৰবিযোগ-চিত্ৰা নক্ষত্ৰ, কেনে যাব দিনটো

‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

'মই ন'হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন', আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.