• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

1 year ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

17 minutes ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

51 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

5 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

6 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

editor by editor
October 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ লগতে বিশ্বৰ বহুতো অনন্য বিবাহ আপুনি নিশ্চয় দেখিছে৷ স্বচক্ষে নেদেখিলেও তেনে বিবাহৰ খবৰ আপুনি পঢ়িছে৷ ভাৰত পাকিস্তান দুয়োখন দেশ এখন আনখনৰ শত্ৰু হ’লেও দুই দেশৰ বহু যুৱক যুৱতীয়ে প্ৰেমত পৰে৷ দেশৰ সীমা পাৰ হৈ কোনোবা যদি পাকিস্তানলৈ যায় কোনোবা আকৌ পাকিস্তানৰ পৰা ভাৰতলৈ আহে৷ প্ৰেমে নামানে কোনো ৰেডক্লিফ লাইন৷ হৃদয়ৰ তাঁৰডাল যিকোনো বাধা অতিক্ৰমী বান্ধ খায়েই যায়৷

 তেনে এহাল প্ৰেমিক প্ৰেমিকাৰেই কাহিনী এয়া৷ কাহিনী উত্তৰপ্ৰদেশৰ জৌনপুৰৰ বিজেপি নেতাৰ পুত্ৰৰ৷ বিজেপি নেতাৰ পুত্ৰই অনলাইনযোগেই বিয়া কৰালে এগৰাকী পাকিস্তানী যুৱতীক৷ বিয়া কৰাই বিপদত এতিয়া বিজেপি নেতাৰ পুত্ৰ৷ প্ৰেমে বাধা নামানিলেও বাধা হৈ থিয় দিছে এতিয়া ভিছা৷ কইনাক ভাৰতলৈ আনিবলৈ ভিছাৰ বাবে ৰৈ থাকিব লগা হৈছে যুৱকজন৷ উপায়হীন হৈ যুৱকজনে এতিয়া সহায় বিচাৰিছে ভাৰত চৰকাৰৰ৷ দৰাৰ আৰ্জি কইনাক ভিছা প্ৰদান কৰক যাতে তাই ভাৰতলৈ আহিব পাৰে৷ এই প্ৰেমৰ বান্ধোনতেই দুই দেশৰ বন্ধুত্বৰ ছবিখন যাতে ফুটি উঠে৷ দুই দেশৰ মাজত দূৰত্ব শেষ কৰি সম্পৰ্ক সুদৃঢ় হয় তাৰবাবে চেষ্টা কৰিবলৈকো আহ্বান জনাইছে বিজেপি নেতাৰ পুত্ৰই৷

কি কাৰণত অনলাইন বিবাহ কৰালে বিজেপি নেতাৰ পুত্ৰই?

উত্তৰপ্ৰদেশৰ নগৰ কোতৱালি থানা এলেকাৰ অন্তৰ্গত মখদুমশ্বাহ আধনৰ বাসিন্দা তথা বিজেপিৰ কাউন্সিলাৰ তেহছিন শ্বাহিদৰ পুত্ৰ মহম্মদ আব্বাছৰ এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে প্ৰেম গঢ়ি উঠে৷ পাকিস্তানৰ লাহোৰত বাস কৰা তেওঁৰ আত্মীয়ৰ কন্যাৰ সৈতে প্ৰেম গঢ়ি উঠে মহম্মদ আব্বাছৰ৷ এবছৰ পূৰ্বে পৰিয়াল এই প্ৰেমৰ বিষয়ে জ্ঞাত হয়৷ বিবাহো ঠিক হয় দুয়োৰে৷ তাৰপিছতেই পৰিয়ালে ভিছাৰ বাবে আবেদন কৰে৷ ইফালে কইনাৰ মাতৃ ৰাণা ইয়াছমিন জাইদীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে৷ স্বাস্থ্যজনিত কাৰণত তেওঁক হাস্পতালৰ আইচিইউত ভৰ্তি কৰাব লগা হয়৷ কইনাৰ মাতৃৰ স্বাস্থ্যৰ খবৰ পায় দৰাৰ পৰিয়ালে আৰু ভিছালৈ অপেক্ষা কৰি নাথাকিল৷ অনলাইনযোগেই তেওঁলোকে পুত্ৰৰ বিবাহ কৰোৱাৰ সিদ্ধান্ত লয়৷

১৮ অক্টোবৰ শুকুৰবাৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছে৷ শুকুৰবাৰে নিশা তেনছিন শ্বাহিদে বৰযাত্ৰীক লৈ শোভাযাত্ৰা কৰি ইমাম্বৰা কল্লু মাৰহুমত উপস্থিত হয়৷ এখন ডাঙৰ পৰ্দা লগাই সকলোৰে সন্মুখত অনলাইযোগে নিকাহ পাঠ কৰোৱাই দুয়োকে৷ দুয়োখন দেশৰ মৌলানাই বিবাহ সম্পন্ন কৰোৱাই৷ লাহোৰত বহু আত্মীয় কইনাৰ ঘৰত গোট খায়৷

মোদী চৰকাৰলৈ দৰাৰ কি কি আহ্বান?

নিকাহ পাঠ কৰাবলৈ অহা চিয়া ধৰ্মীয় গুৰু মৌলানা মাহফজুল হাছান খানে নিকাহ পঢ়োৱাৰ অন্তত কয় যে ইছলাম ধৰ্মত যুৱতীগৰাকীৰ অনুমতিৰ প্ৰয়োজন হয় যিটো নিকাহৰ বাবে যুৱতীগৰাকীয়ে নিজেই মৌলানাক দিব লাগে৷ এই অৱস্থাত যদি যুৱতীগৰাকীয়ে অনলাইনত অনুমতি দিয়ে তেন্তে দুয়োজন মৌলানাই একেলগে বহি বিয়াখন সম্পন্ন কৰিব পাৰে৷ মৌলানাই কয় যে, দুয়োখন দেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে দুয়োপক্ষৰ লোকে বহু সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে৷

এই পৰিস্থিতিত দুয়োখন দেশৰ শাসকে ইচ্ছা কৰিলে এই প্ৰতিশোধৰ জুইকুৰা নুমুৱাব পাৰে৷  শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ পাকিস্তান ভ্ৰমণে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। বিয়াৰ পিছত দৰা মহম্মদ আব্বাছ হাইদৰেও মোদী চৰকাৰক শীঘ্ৰে ভিছা প্ৰদান কৰিবলৈ আহ্বান জনাইছে যাতে ছোৱালীজনীয়ে সোনকালে ভাৰতলৈ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
Next Post
৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.