• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

4 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

17 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

40 minutes ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

3 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

4 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

5 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

editor by editor
April 14, 2022
in অপৰাধ, ভাৰত
0
পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় জিএছটি বিভাগৰ এটা দলে পাণ মছলাৰ ব্যৱসায় কৰা দুই ভাতৃৰ বিচনাৰ তলৰ পৰা ৬.৩১ কোটি টকা উদ্ধাৰ কৰিছে৷ জিএছটি ফাঁকিৰে এই বৃহৎ পৰিমাণৰ ধন নিজ গৃহৰ বিচনাৰ তলত মজুত ৰাখিছিল দুই ভাতৃয়ে৷

কেন্দ্ৰীয় জিএছটি বিভাগৰ এটা দলে যোৱা ১২ এপ্ৰলিত উত্তৰ প্ৰদেশৰ দুই ভাতৃ জগত গুপ্তা আৰু প্ৰদীউ গুপ্তাৰ বাসগৃহত তালাচী চলাই এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি উদ্ধাৰ কৰে৷ দলটোৱে ভাৰতীয় ষ্টেট বেংকৰ পৰা তিনিটা টকা গণনা কৰা মেচিন আনি উক্ত ধনখিনি গণি শেষ কৰে৷

দলটোৱে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ কাণপুৰৰ জগত গুপ্তা আৰু প্ৰদীপ গুপ্তাই পাণ মছলাৰ ব্যৱসায় কৰে৷ তেওঁলোকে কৰ জিএছটি ফাঁকি দি এই বৃহৎ পৰিমাণৰ ধনখিনি বিচনাৰ তলত লুকুৱাই ৰাখিছিল৷

লগতে পঢ়ক কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

চিজিএছটি আয়ুক্ত সোমেশ তিৱাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিত জনায় যে দুয়োজন ভাতৃৰ ঘৰৰ পৰা ৬,৩১,১১,৮০০ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। গুপ্তা ভাতৃদ্বয়ৰ কাৰখানাৰ পৰা প্ৰায় ১৫.২ কুইণ্টল পাণ, ছয় বস্তা ধঁপাত, ৯৫ কিলোগ্ৰাম ওজনৰ পেকিং ৰোল, ১৩,৭০০ মোনা পাণ মছলা আৰু ৩৮,০০০ মোনা ধঁপাতো উদ্ধাৰ কৰা হয়।

বিভাগে গুপ্তা ভাতৃদ্বয়ৰ ঘৰৰ পৰা দুয়া মোবাইল আৰু এটা লেপটপো জব্দ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলিও প্ৰকাশ কৰিছে৷

লগতে পঢ়ক অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

দলটোৱে গুপ্তা ভাতৃদ্বয়ৰ সম্পৰ্কীয় ক্ৰমে ৰামঅৱতাৰ গুপ্তা, মহাদেৱ গুপ্তাৰ বাসগৃহতো তালাচী চলায়৷

কেন্দ্ৰীয় জিএছটি দলটোৱে কাণপুৰৰ বিৰহানা ৰোডত অৱস্থিত প্ৰতিষ্ঠানটোৰ পৰামৰ্শদাতা কীৰ্তি শংকৰ ওৰফে শ্যামু শুক্লাৰ কাৰ্যালয়তো তালাচী চলায়। গুপ্তা ভাতৃদ্বয়ে কাণপুৰৰ নয়াগঞ্জৰ ব্যৱসায়ীসকলৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰি সামগ্ৰীবোৰ হামিৰপুৰ আৰু ইয়াৰ চাৰিওফালৰ গ্ৰাম্য অঞ্চলত বিক্ৰী কৰা আহিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCGSTgst
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

অৱশেষত সম্পন্ন হ’ল ৰণবীৰ-আলিয়াৰ বহু প্ৰত্যাশিত বিবাহ

অৱশেষত সম্পন্ন হ’ল ৰণবীৰ-আলিয়াৰ বহু প্ৰত্যাশিত বিবাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.