শেহতীয়া সংযোজন

by election

কাৰ পক্ষত হ’ব জনতাৰ ৰায়দান? আজি পাঁচ সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া

অসম লাইভ ২৪ঃ ৰাজ্য পাঁচটা সমষ্টিত আজি অনুষ্টিত হৈছে উপ নিৰ্বাচন৷ থাওৰা, মৰিয়নি, গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰত পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত...

facebook

শীঘ্ৰেই ‘মেটাভাৰ্চ ৱৰ্ল্ড’ত পৰিণত হ’ব ফেচবুক, কামৰ পৰিসৰো বৃদ্ধি হ’ল ফেচবুকৰ

অসম লাইভ ২৪ঃ নাম সলনিৰ সমান্তৰালকৈ কামৰ পৰিসৰো বৃদ্ধি কৰিছে ফেচবুকে৷ শীঘ্ৰেই মেটাভাৰ্চ ৱৰ্ল্ডত পৰিণত হ’ব ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক৷...

আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক

আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক

অসম লাইভ ২৪ঃ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নিৰাপত্তাৰক্ষীৰ মাহিলী উপাৰ্জন কিমান জানেনে? নিৰাপত্তাৰক্ষী ৰবি সিঙৰ উপাৰ্জনৰ কথা শুনিলে চকু কপালত উঠিব...

zubeen garg

ক্ৰমাত সুস্থিৰ হৈছে জুবিন গাৰ্গৰ স্বাস্থ্য , আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত জুবিন

অসম লাইভ ২৪ঃ ক্ৰমাত সুস্থিৰ অৱস্থালৈ আহিছে জুবিন গাৰ্গৰ স্বাস্থ্য৷ জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ কোনো শংকাৰ কাৰণ নাই বুলি জনাইছে...

Page 3531 of 4004 1 … 3,530 3,531 3,532 … 4,004