• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক

আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক

5 years ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

33 minutes ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

56 minutes ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

1 hour ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

3 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

4 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

4 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

5 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

8 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক

editor by editor
October 29, 2021
in গুৱাহাটী, বিনোদন
0
আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাত নিৰাপত্তাৰক্ষী ৰবি সিং, ৰবি সিঙৰ উপাৰ্জন ব্যক্তিগত কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নিৰাপত্তাৰক্ষীৰ মাহিলী উপাৰ্জন কিমান জানেনে? নিৰাপত্তাৰক্ষী ৰবি সিঙৰ উপাৰ্জনৰ কথা শুনিলে চকু কপালত উঠিব আপোনাৰ৷ বিভিন্ন কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক উপাৰ্জন কৰে শ্বাহৰুখ খানৰ নিৰাপত্তাৰক্ষীয়ে৷ সম্প্ৰতি আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শ্বাহৰুখ খানৰ ব’ডীগাৰ্ড ৰবি সিং৷ বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে সংবাদ শিৰোনাম দখল কৰি আহিছে শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালে৷ আৰু শ্বাহৰুখ খানৰ পৰিয়ালৰ নিৰাপত্তাৰ কথা আহিলেই প্ৰথমে আহে ৰবি সিঙৰ নাম৷ ক্ৰুজ ড্ৰাগছ কেছত আৰিয়ান খান গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰাই চৰ্চালৈ আহিছে ৰবি সিঙৰ নাম৷ যোৱা ১০ বছৰ ধৰি শ্বাহৰুখ খানৰ নিৰাপত্তাৰ দায়িত্বত আছে ৰবি সিং৷  ‘বলীউড লাইফ’ৰ ৰিপ’ৰ্ট অনুসৰি ৰবি সিঙৰ বাৰ্ষিক উপাৰ্জন ২.৭ কোটি৷ সেই হিচাপেৰে মাহিলি দৰমহা ২২,৫০,০০০ টকা৷ আৰু এই টকাৰে আপোনাৰ মোৰ দৰে দৰে সাধাৰণ নাগৰিকে মাহেকীয়া হিচাপত কি কি কিনিব পাৰিম তাৰে এটা সম্যক ধাৰণা উদাহৰণ হিচাপে তলত দাঙি ধৰিলো-

প্ৰায় ১,০৭,১৪২.৮৬ কেজি ধান (কেজি ২১ টকা)

প্ৰায় ১১,২৫০ লিটাৰ মিঠাতেল (লিটাৰ ২০০ টকা)

প্ৰায় ৩৭,৫০০ কেজি পিয়াঁজ (কেজি ৬০ টকা)

মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশবাসীৰ মাজত মাহিলী লাভ কৰা এই বৃহৎ পৰিমানে সচাঁকৈয়ে আচৰিত কৰি তুলিব পাৰে আপোনাক বা মোক৷

উল্লেখ্য, শ্বাহৰুখ খানৰ ব্যক্তিগত নিৰাপত্তাৰ উপৰি আৰিয়ান খান, সুহানা খান আৰু আবৰাম খানৰ নিৰাপত্তাৰ দায়িত্বত আছে ৰবি সিং৷ ২০১৪ চনত সংবাদ শিৰোনাম দখল কৰিছিল ৰবি সিঙে৷ যেতিয়া শ্বাহৰুখ খানক দেখা কৰিবলৈ অহা এদল লোকৰ মাজৰ পৰা নিৰাপত্তাৰ খাটিৰত এগৰাকী যুৱতীক গতিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৰবি সিঙৰ বিৰুদ্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam live 24axom live 24ravi singhshahrukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
Next Post
facebook

শীঘ্ৰেই ‘মেটাভাৰ্চ ৱৰ্ল্ড’ত পৰিণত হ’ব ফেচবুক, কামৰ পৰিসৰো বৃদ্ধি হ’ল ফেচবুকৰ

by election

কাৰ পক্ষত হ’ব জনতাৰ ৰায়দান? আজি পাঁচ সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.