• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

2 months ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

8 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

8 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

9 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

10 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

10 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

13 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

14 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

14 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

আফগানিস্তানত পুনৰ পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

editor by editor
June 10, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ৰাজনীতি
0
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে। কিছুদিনৰ যুদ্ধ বিৰতিৰ পিছত মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে। ইৰান-আমেৰিকাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে ইৰান, আৰৱৰ কেইবাখনো চহৰ। ইয়াৰ মাজতে মঙলবাৰে নিশা আফগানিস্তানৰ কেইবাটাও অঞ্চলত পাকিস্তানে মিছাইলেৰে আক্ৰমণ কৰে। পাকিস্তানৰ এই আক্ৰমণত ১১টি নিষ্পাপ শিশুৱে প্ৰাণ হেৰুওৱাৰ লগতে এগৰাকী মহিলা আৰু এজন বৃদ্ধৰো মৃ*ত্যু ঘটিছে। আনহাতে এই আক্ৰমণত ১৪ গৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। আফগানিস্তানৰ তালিবান চৰকাৰে আনুষ্ঠানিকভাৱে সদৰী কৰিছে এই তথ্য।  তালিবান চৰকাৰে পাকিস্তানে ইচ্ছা কৰিয়েই জনবহুল এলেকাত এনেদৰে মিছাইলেৰে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
তালিবান চৰকাৰৰ মুখ্য প্ৰৱক্তা জাবীহুল্লাহ মুজাহিদে আফগানিস্তান এয়াৰস্পেচৰ উলংঘা কৰি কুনাৰ, খোস্ত আৰু পক্তিকা অঞ্চলত থকা সাধাৰণ লোকৰ গৃহক টাৰ্গেট কৰি পাকিস্তানৰ বিৰুদ্ধে বো*মাবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে।
ইপিনে আফগানিস্তানৰ এই অভিযোগক খণ্ডন কৰি পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তৰাৰে কয় যে-পাকিস্তানে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ কৰিছে। তৰাৰে লগতে কয় যে এই অভিযানত আফগানিস্তানৰ ৪টা সন্ত্ৰাসবাদীৰ ঘাটিতহে পাকিস্তানে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণত ২৬টা সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱাইছে। উল্লেখ্য যে ৯ জুনত পাকিস্তানৰ খৈবৰ পখতুনখা প্ৰান্তৰ সীমান্তত হোৱা আক্ৰমণত পাকিস্তানৰ ৬ নিৰাপত্তাৰক্ষী নি*হত হৈছিল। আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে এই আক্ৰমণৰ অভিযোগৰ আঙুলি উত্থাপন কৰিছিল। বিগত ৪ মাহৰ পৰা দুয়োখন দেশৰ মাজত অব্যাহত আছে সং*ঘৰ্ষ।
চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত পাকিস্তানে প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত এয়াৰষ্ট্ৰাইক কৰিছিল। পাকিস্তানে দীৰ্ঘ সময়ৰ পৰা আফগানিস্তানৰ তালিবান চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহি আছে যে আফগানিস্তানে তেওঁলোকৰ ভূ-খণ্ড সন্ত্ৰা*সবাদী সংগঠনক পোহ-পাল দিয়াৰ বাবে ব্যৱহাৰ কৰি আহিছে। আফগানিস্তানে TTP নামৰ সন্ত্ৰা*সবাদী সংগঠনটোক পৰিচালনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰি আহিছে পাকিস্তানে।
এই প্ৰতিবেদনখন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ 'বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক'

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.