• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

3 years ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

51 minutes ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

1 hour ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

2 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

3 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

5 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

5 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

6 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

7 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

7 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

9 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

9 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

editor by editor
August 26, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাধাৰণ পাকিস্তানী নাগৰিকৰ একাংশই শুভেচ্ছাবাৰ্তা দিছিল বুধবাৰে সন্ধিয়াই। বুধবাৰে চন্দ্ৰযান-৩ ৰ সফল উৎক্ষেপনৰ পাছতেই পাকিস্তানবাসীয়েও শুভেচ্ছা জনাইছিল ইছৰোক। ভাৰতে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াক লৈ এইবাৰ শুভেচ্ছা জনাইছে পাক চৰকাৰেও। পাক বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মমতাৰ বালোচে এই সন্দৰ্ভত কয়, ‘এয়া এক বিৰাট সাফল্য। বৈজ্ঞানিকৰ এই সাফল্যৰ বাবে মই ইছৰোৰ প্ৰতিজন বিজ্ঞানীক শুভেচ্ছা জনাইছো।’

চন্দ্ৰৰ কুমেৰুত অভিযান চলোৱা ভাৰত প্ৰথমখন দেশ। বুধবাৰে ভাৰতে মহাকাশত দেখুওৱা এই সাফল্যৰ পাছতেই বিশ্বজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে। চিৰবৈৰী পাকিস্তানৰ জনতাইয়ো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জনাইছে। পাক ৰাজনৈতিক মহলতো বিষয়টোৱে চৰ্চা লাভ কৰিছে। সামাজিকমাধ্যমত পক্ষ-বিপক্ষই বিভিন্ন মতামত ৰাখিছে। পাকিস্তানৰ সাধাৰণ জনতাই ভাৰতৰ সফলতা দেখি নিজৰ দেশৰ চৰকাৰক সমালোচনা কৰিছে।

পাকিস্তানৰ আৰ্থিক পৰিস্থিতি, পাক নাগৰিকৰ দুৰাৱস্থাক লৈ পাক চৰকাৰক মুকলিকৈ সমালোচনা কৰিছে পাকিস্তানৰ জনতাই। ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ফাওৱাদ চৌধুৰীয়েও মুকলিকৈ ভাৰতৰ সফলতাৰ প্ৰশংসা কৰিছে। চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমে লেণ্ডিং কৰাৰ আগৰে পৰাই পাকিস্তানৰ চৰকাৰী টিভি চেনেলত এই ঐতিহাসিক মুহূৰ্ত সম্প্ৰচাৰ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছিল। কিন্তু চৰকাৰীভাৱে এই প্ৰস্তাৱক নাকচ কৰা হয়। চৰকাৰীভাৱে প্ৰচাৰ নকৰিলেও পাক সংবাদমাধ্যমৰ প্ৰথম পৃষ্ঠাত বাতৰি হৈছে ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতা।

সংবাদ পত্ৰ টেলিভিছনত বিস্তৃতৰূপত প্ৰকাশ হৈছে ভাৰতে চন্দ্ৰৰ কুমেৰুত ভৰি দিয়াৰ কথা। পাকিস্তানৰ বাতৰি কাকত, ‘দ্যা ডন’য়ে প্ৰথম পৃষ্ঠাতেই লিখিছে, ‘তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে।’ পাক চৰকাৰে অৱশ্য দুদিন ধৰি ইছৰোৰ এই সফলতাৰ শলাগ লোৱা নাছিল। পাছলৈ বিভিন্ন দেশে ভাৰতীয় বিজ্ঞানীক শুভেচ্ছা জনোৱাৰ পাছত শনিবাৰে পাক বিদেশ মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় মহাকাশ বিজ্ঞানীৰ দলটোক শুভেচ্ছা জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম
জীৱনশৈলী

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

April 8, 2026
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

April 8, 2026
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!
জীৱনশৈলী

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

April 8, 2026
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
Next Post
ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা... শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.