• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 day ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 hours ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 hours ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

8 hours ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

9 hours ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

23 hours ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 day ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

editor by editor
February 9, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ পাকিস্তান ক্ৰিকেট বৰ্ডৰ মুড ছুইং৷ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে মেচ বয়কট প্ৰসংগত আকৌ ইউ-টাৰ্ন মাৰিছে পাকিস্তানে৷ খবৰ অনুসৰি ভাৰতৰ সৈতে মেচ খেলাত সহমত হৈছে পাকিস্তান৷ এই মেচ খেলাৰ বাবে আই চিচিৰ ওচৰত ৩টা চৰ্ত ৰাখিছে পাক ক্ৰিকেট বৰ্ডে৷

উল্লেখ কৰা প্ৰয়োজন যে দেওবাৰে লাহোৰত উচ্চ পৰ্যায়ৰ বৈঠকত বহিছিল আই চিচি আৰু পিচিবি৷ এই বৈঠকৰ মূল বিষয় আছিল ভাৰত মেচ বয়কটৰ সিদ্ধান্ত প্ৰত্যাহাৰ৷ আই চিচিয়ে পাকিস্তানক বুজাবলৈ চেষ্টা কৰিছে যে এই মেচ নেখেলিলে বৃহৎ আৰ্থিক ক্ষতি হব পাৰে৷ আৰু এই পৰিস্থিতিত পি চি বিৰ তৰফৰ পৰা আই চি চি ৰ সন্মুখত ৰখা হৈছে ৩টা দাবী৷ এই কথা প্ৰকাশ কৰিছে ক্ৰিকবাজে৷

কি এই ৩টা দাবী?

ক্ৰিকবাজৰ পক্ষৰ পৰা দিয়া তথ্য অনুসৰি

১. আই চি চিৰ লাভাংশ পাকিস্তানক বেছিকৈ দিব লাগিব৷

২. ভাৰত আৰু পাকিস্তান দ্বিপাক্ষিক চিৰিজ আৰম্ভ কৰিব লাগিব৷

৩. হেণ্ডচেক প্ৰটকল লাঘু কৰিব লাগিব৷

অৱশ্যে আই চি চি আৰু বি চি চিআইয়ে পাক ক্ৰিকেট বৰ্ডৰ এই দাবী মানি ল’বনে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

কি ঘটিছে?

টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিভিন্ন বাহানা আৰম্ভ কৰিছে পাকিস্তানে৷ সমস্যাৰ সূত্ৰপাত বাংলাদেশক লৈয়েই৷ এই বিশ্বকাপত ভাৰতৰ সৈতে নেখেলো বুলি আই চি চিৰ ওচৰত আবেদন জনাইছিল পিচিবিয়ে৷ বাংলাদেশৰ কাষত থিয় হ’বলৈ গৈ ভাৰতৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰীত মেচ নেখেলো বুলিও জনাইছিল পিচিবিয়ে৷ আৰু তাতেই আৰম্ভ হয় সমস্যাৰ৷ তাৰপিছতেই পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে নামি পৰে আই চি চি৷ এখন হাই লেভেল মিটিঙৰো আয়োজন কৰা হয়৷ এই মিটিঙত উপস্থিত আছিল আই চি চিৰ চি ই অ সংযোগ গুপ্তও৷ তেওঁ জুম অৰ্থাৎ অনলাইনত থাকি এই মিটিঙত নিজৰ বক্তব্যও ৰাখিছে৷ লাহোৰত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে পি চি বিৰ চেয়াৰমেন মহচিন নকভি, আই চিচি ডেপুটি চেয়াৰমেন ইমৰান খোয়াজা আৰু বাংলাদেশৰ ক্ৰিকেট বৰ্ডৰ প্ৰেচিডেণ্ট আমিনুল ইছলাম বুলবুল৷ তাতেই নিজৰ দাবীৰ কথা জনায় পাকিস্তানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন