• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

10 months ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

54 minutes ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

2 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

2 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

3 hours ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

4 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

5 hours ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

5 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

5 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

15 hours ago
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

15 hours ago
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

16 hours ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

editor by editor
July 9, 2025
in জীৱনশৈলী, বিনোদন, বিশ্ব
0
নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। অভিনয় জগতৰ সৈতে জড়িত এগৰাকী সুন্দৰী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হৈছে নিজৰেই বাসগৃহত। তাকো ২ সপ্তাহ ধৰি তেনেদেৰই পৰি আছিল নিথৰ দেহ। কোনেও দুসপ্তাহ ধৰি খা-খবৰেই লোৱা নাছিল অভিনেত্ৰীগৰাকীৰ। যাৰ বাবেই অৱশেষত পচি দুৰ্গন্ধ ওলোৱাতহে এই বিষয়ে জানিব পাৰে সকলোৱে।

এই শোকাৱহ ঘটনা পাকিস্তানৰ। দেশখনৰ অভিনেত্ৰী তথা মডেল হুমাইৰা আছঘৰ আলী নামৰ যুৱতীগৰাকীৰ নিজৰ ফ্লেটতে মৃত অৱস্থাত উদ্ধাৰ। হুমাইৰাই ৰিয়েলিটি টিভি অনুষ্ঠান আৰু পাকিস্তানী চিনেমা আদিক কাম কৰিছিল। মৃত্যুৰ সময়ত হুমাইৰাৰ বয়স আছিল ৩২ বছৰ।

হুমাইৰাৰ যি অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে, সেয়া লক্ষ্য কৰি অনুমান কৰা হৈছে যে ২ সপ্তাহ মান পূৰ্বেই মৃত্যু হৈছিল হুমাইৰাৰ। বিগত কেইবছৰমানৰ পৰা নিজৰ এপাৰ্টমেণ্টত অকলেই বাস কৰি আছিল হুমাইৰা আছঘৰ আলীয়ে।

প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে হুমাইৰাৰ এপাৰ্টমেণ্টৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাছত ওচৰ-চুবুৰীয়াই সন্দেহত আৰক্ষীক খবৰ কৰে। আৰক্ষীয়ে আহি ঘৰৰ দৰ্জা ভাঙি ভিতৰ প্ৰৱেশ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীক।

বৰ্তমানলৈ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই, তথাপি আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া সাধাৰণ মৃত্যু বুলিয়ে ধৰা হৈছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ সঠিত কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DiedPakistani ActressPakistani Model
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই
জীৱনশৈলী

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

May 19, 2026
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!
জীৱনশৈলী

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

May 19, 2026
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
জীৱনশৈলী

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

May 19, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৪ ৰাশিক, জানক কেনে যাব আপোনাৰ দিনটো

May 19, 2026
Next Post
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল'লে পূৰ্বৰ নিয়ম

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.