• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

12 months ago
শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

20 minutes ago
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

59 minutes ago
এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

2 hours ago
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

3 hours ago
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

3 hours ago
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

4 hours ago
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

5 hours ago
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

5 hours ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

9 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

9 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

editor by editor
July 9, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

মধ্যবিত্ত আৰু নিম্ন বৰ্গৰ লোকৰ বাবে এক প্ৰধান সমস্যা আছিল বেংকৰ নূন্যতম বেলেঞ্চ ৰখাৰ ক্ষেত্ৰত। কেতিয়াবা টকাৰ বহু নাটনি হ’লেও বাধ্যত পৰি বেংকৰ একাউণ্টত ৰাখিব লগা হয় বেংকে ধৰি দিয়া নূন্যতম বেলেঞ্চ। কাৰণ নূম্যতম বেলেঞ্চ নাৰাখিলে বেংকে চাৰ্জ কৰ্তন কৰিছিল।

কিন্তু এতিয়া চেভিংছ একাউণ্টৰ গ্ৰাহকে চিন্তা কৰাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI)কে ধৰি ছটা বৃহৎ বেংকে গড় মাহিলী বেলেঞ্চৰ ৰূপত আৰোপ কৰা চাৰ্জ সম্পূৰ্ণৰূপে বাতিল কৰিছে। অৰ্থাৎ এতিয়া একাউণ্ট খালী থাকিলেও বেংকে কোনো ধৰণৰ চাৰ্জ কৰ্তন নকৰে।

কোন কোন বেংকে এতিয়াৰ পৰা কৰ্তন নকৰে চাৰ্জ
১- ভাৰতীয় ষ্টেট বেংক (SBI)
২০২০ চনৰ পৰা গড় নূন্যতম বেলেঞ্চৰ নিয়ম থকা ভাৰতীয় ষ্টেট বেংকেও এতিয়া বিলুপ্ত কৰিছে এই নিয়ম। অৰ্থাৎ এতিয়া চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নহ’লেও কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব।

২- বেংক অফ বৰোডা (Bank of Baroda)
২০২৫ চনৰ ১ জুলাইৰ পৰা সকলো ষ্টেণ্ডাৰ্ড চেভিংছ একাউণ্টৰ নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নকৰাৰ চাৰ্জ বেংক অৱ বৰোডাই বাতিল কৰিছে। কিন্তু প্ৰিমিয়াম চেভিংছ একাউণ্ট আঁচনিৰ ক্ষেত্ৰত এই চাৰ্জ বাতিল কৰা হোৱা নাই।

৩- ইণ্ডিয়ান বেংক (Indian Bank)
ইণ্ডিয়ান বেংকেও নূন্যতম বেলেঞ্চ চাৰ্জ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ৭ জুলাইৰ পৰা সকলো ধৰণৰ সঞ্চয় একাউণ্টৰ গড় নূন্যতম বেলেঞ্চ চাৰ্জ বিলুপ্ত কৰা হৈছে।

৪- কানাড়া বেংক (Canara Bank)
নিয়মীয়াকৈ সঞ্চয় একাউণ্টকে ধৰি সকলো ধৰণৰ সঞ্চয় একাউণ্টৰ নূন্যতম বেলেঞ্চ চাৰ্জ চলিত বৰ্ষৰ মে’ মাহত বাতিল কৰিছে কানাড়া বেংকে। ইয়াৰ ভিতৰত দৰমহা আৰু প্ৰবাসী ভাৰতীয় সঞ্চয় একাউণ্টো আছে।

৫- পঞ্জাৱ নেচনেল বেংক (PNB)
পঞ্জাৱ নেচনেল বেংকেও সকলো ধৰণৰ চেভিংছ একাউণ্টৰ নূন্যতম গড় বেলেঞ্চ চাৰ্জ বাতিল কৰি গ্ৰাহকক সকাহ দিছে।

৬- বেংক অফ ইণ্ডিয়া (Bank of India)
বেংক অৱ ইণ্ডিয়াই নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নকৰাৰ বাবে বেংকৰ গ্ৰাহকৰ পৰা কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব বুলি সিদ্ধান্ত লৈছে। বেংক অৱ ইণ্ডিয়াৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পৰিৱৰ্তিত বজাৰৰ অৱস্থা আৰু বিত্তীয় নমনীয়তা বৃদ্ধিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BankIndian BankMinimum Balance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা
নিয়োগ

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

June 22, 2026
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar
বিনোদন

শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

June 22, 2026
এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল
জীৱনশৈলী

এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

June 22, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
Next Post
শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.