গ্ৰামাঞ্চলত পঞ্চায়ত প্ৰতিনিধিৰ দুর্নীতি। নগাঁৱৰ কঠিয়াতলীৰ কন্দলী গাঁও পঞ্চায়ত। ‘পঞ্চায়ত প্ৰতিনিধিৰ দুখীয়াক লুণ্ঠন’। দুবছৰে সম্পূর্ণ নহ’ল এটাও বাসগৃহ। হিতাধিকাৰীক চৰম প্ৰবঞ্চনা পঞ্চায়ত প্ৰতিনিধি মংলেশ্বৰ কিস্কুৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ