• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?

ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?

3 years ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

8 minutes ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

43 minutes ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

1 hour ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

2 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

3 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

3 hours ago
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

4 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

5 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

5 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

6 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?

editor by editor
July 4, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাজত কেইটামান মাহ। চলিত বৰ্ষতেই বিবাহপাশত আৱদ্ধ হ’ব পৰিণীতি চোপ্ৰা আৰু সাংসদ ৰাঘৱ চাড্ডা। বিবাহক লৈ খুবেই ব্যস্ত দুয়োটা পৰিয়াল। কামৰ মাজে মাজে কিন্তু ফুৰিবলৈকো আৰম্ভ কৰিছে দুয়োৱে। শেহতীয়াভাৱে দুয়োকে দেখা গৈছে পঞ্জাৱত। পঞ্জাৱক স্বৰ্ণমন্দিৰত দেখা গৈছে ৰাঘৱ-পৰিণীতিক।
বিবাহৰ সমস্ত আয়োজনত দুয়োৱে নিজেই তদাৰক কৰিছে। সন্মুখত যিহেতু শুভ কাম সেয়ে ভাৱী স্বামী ৰাঘৱৰ সৈতে ভগৱানৰ আশীৰ্বাদ বিচাৰি স্বৰ্ণমন্দিৰত উপস্থিত হৈছে দুয়ো।

স্বৰ্ণমন্দিৰত ৰাঘৱ পৰিণীতি যোৱা ভিডিঅ’ ভাইৰেল হোৱা মাত্ৰকেই আৰম্ভ হৈছে চৰ্চা। একেবাৰেই অন্যৰূপত দেখা গৈছে পৰিণীতিক। বগা চেলোৱাৰ পৰিহিতা পৰিণীতাই মুৰত বগা চুৰ্ণী লৈ বাচন ধুই থকা দেখা গৈছে ভাইৰেল ভিডিঅ’ত। অন্যহাতে সাংসদ ৰাঘৱকো দেখা গৈছে বগা কূৰ্তা পাইজামাত। মুৰ ঢাকি আছিল গেৰুৱা কাপোৰেৰে। পৰিণীতিৰ সৈতে ৰাঘৱেও বাচন ধুই থকা দেখা গৈছে ভিডিঅ’টোত। শিখ নিয়ম অনুসাৰে লঙ্গৰত সেৱা কৰিলেই পুণ্য অৰ্জন হয় বুলি বহুতৰেই বিশ্বাস। নায়িকা অথৱা সাংসদ সকলোৱেই তাত সাধাৰণ মানুহেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

August 4, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

August 4, 2026
Next Post
বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.