• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

3 years ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

59 minutes ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

2 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

3 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

4 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

4 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

5 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

5 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

6 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

7 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

editor by editor
July 4, 2023
in ভাৰত, ৰাজনীতি
0
কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটক, ৰাজস্থানৰ পাছতেই ৰাহুলৰ টাৰ্গেট তেলেংগানা৷ তেলেংগানাবাসীলৈ ৰাহুল গান্ধীৰ ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ তেলেংগানাৰ প্ৰতিগৰাকী বৃদ্ধক মাহিলী দিয়া হ’ব ৪০০০ টকা৷ বিধৱাসকলকো প্ৰতিমাহে দিয়া হ’ব ৪০০০ কৈ টকা৷ তেলেংগানাৰ প্ৰতিজন দলিত আদিবাসীক প্ৰদান কৰা হ’ব ভূমি৷ ইন্দিৰা গান্ধীয়ে প্ৰদান কৰা ভূমি হস্তগত কৰিছিল TRS চৰকাৰে৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ পৰা সেই ভূমি কাঢ়ি দলিতসকলক দিয়াৰ প্ৰতিশ্ৰুতি৷ কংগ্ৰেছৰ চৰকাৰ আহিলেই ৪ প্ৰতিশ্ৰুতি পুৰণ কৰাৰ প্ৰতিজ্ঞা৷ তেলেংগানাত উপস্থিত হৈয়েই TRSক আক্ৰমণৰ লক্ষ্য ৰাহুল গান্ধীৰ৷ TRS নিজা দল নহয়, TRS এতিয়া BRS হে বুলি ভাষণত উল্লেখ৷ কৰ্ণাটক, ৰাজস্থানৰ দৰেই তেলেংগানাক আমি গঢ় দিম বুলিও প্ৰতিশ্ৰুতি ৰাহুলৰ৷

কৰ্ণাটকৰ পাছতেই এইবাৰ তেলেঙ্গানাত ৰাহুলৰ যাদু৷ মেটমৰা প্ৰতিশ্ৰুতি লৈ তেলেংগানাত উপস্থিত হৈছে ৰাহুল গান্ধী৷ বিশাল জনসভাত ৰাহুলে তেলেংগানাবাসীক দিছে ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ ৰাহুলে ভাষণত কয়, ‘তেলেংগানা আপোনালোকৰ সপোনৰ এখন ৰাজ্য৷ তেলেংগানাবাসীৰ সপোন ৯বছৰে টিআৰএছে কাঢ়ি লৈছে৷ টিআৰএছ এতিয়া আপোনালোকৰ নিজা দল নহয়৷ টিআৰএছ BRS অৰ্থাৎ BJP Rishtedar Samitলৈ ৰূপান্তৰ হৈছে৷ টিআৰএছে কাঢ়ি লোৱা সপোন আমি পূৰ কৰিম৷ কৰ্ণাটক, ৰাজস্থানৰ দৰেই তেলেংগানাক আমি গঢ় দিম৷ তেলেংগানাৰ প্ৰতিগৰাকী বৃদ্ধালৈ প্ৰতিমাহে ৪০০০টকাকৈ পেঞ্চন৷ বিধৱাসকলকো ৪০০০ হাজাৰকৈ পেঞ্চনৰ সুবিধাৰ লগতে তেলেংগানাৰ প্ৰতিজন আদিবাসীকেই ভূমি প্ৰদান কৰিম৷’

তেলেংগানাত বিজেপিৰ সহযোগী দল টিআৰএছৰ বিৰুদ্ধে এইবাৰ ৰণডংকা বজাইছে ৰাহুলে৷ তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাহুলে তেলেংগানাবাসীক দিছে ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ ৰাহুলে ভাষণত কয়, ‘তেলেংগানাত আমি বিজেপিৰ সহযোগী দলক আঁতৰাম৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাৱিছে৷ তেলেংগানাৰ দলিতৰ মাটি কাঢ়ি ৰজা হৈছে৷ দলিতৰ সেই কাঢ়ি লোৱা মাটি আমাৰ আইতাই দিছিল৷ ইন্দিৰা গান্ধীয়ে দলিতক দিয়া মাটি টিআৰএছে কাঢ়ি লৈছে৷ চৰকাৰ আহিলে এই মাটি আমি আপোনালোকক প্ৰদান কৰিম৷’

ৰাহুলে জনসভাত দলিতসকলক মাটি প্ৰদানৰ বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ ভাৰত জোড়ো যাত্ৰা সময়ত তেলেংগানাবাসীয়ে কোৱা প্ৰতিটো কথাই মনত ৰখাৰ কথাও ভাষণত উল্লেখ কৰিছে ৰাহুলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!
ভাৰত

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

August 4, 2026
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

August 3, 2026
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?
জীৱনশৈলী

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

August 3, 2026
Next Post
লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

আপোনাৰ অলপমান সহায়ে ধনজিতক দিব নতুন জীৱন

আপোনাৰ অলপমান সহায়ে ধনজিতক দিব নতুন জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.