• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

2 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 minutes ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

1 hour ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

1 hour ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

2 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

3 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

editor by editor
July 20, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

মাজত মাথো আৰু কেইটামান দিন , অহা ২৬ জুলাইৰ পৰা আৰম্ভ হবলৈ গৈ আছে, বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰতিযোগিতা অলিম্পিক। গ্ৰীষ্মৰ এই অলিম্পিকলৈ ৪ বছৰে ধৰি অপেক্ষা কৰে বিশ্বৰ খেলুৱৈ সকলে। সেই অধীৰ অপেক্ষাৰ অন্ত পেলাই আৰম্ভ হবলৈ হৈ আছে পেৰিচ অলিম্পিক ২০২৪।

এইবাৰৰ অলিম্পিক খেলত ভাৰতৰ পৰা ১১৭ গৰাকী খেলুৱৈ সাজু হৈছে খেল খেলিবলৈ। ১৮ দিনৰ ১৬ বিধ ভিন্ন ভিন্ন খেলত অংশ লব ভাৰতৰ খেলুৱৈ সকলে। ইয়াৰে কেইবাগৰাকী খেলুৱৈৰ স্বৰ্ণ পদকৰ সম্ভাৱনা প্ৰৱল। ইয়াৰ ভিতৰত নিৰজ চোপ্ৰাৰ নাম থকাৰ লগতে অসমৰ এগৰাকী খেলুৱৈৰ নাম আছে। লগতে উত্তৰ পূৱৰে আন এগৰাকী খেলুৱৈৰো নাম স্বৰ্ণ জয়ৰ তালিকাত ৰখা হৈছে।

অসমৰ পৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা খেলুগৰাকী হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই। ২০২০ চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত যোগ্যতা অৰ্জন কৰিয়ে ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছিল লাভলীনাই। অলিম্পিক পদক বিজয়ৰ পাছতেই আকৌ ভাৰতত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি লাভলীনা হৈ পৰিছিল বিশ্ব চেম্পিয়ন। যাৰ বাবে এইবাৰ পৰিপক্ক খেলুৱৈগৰাকীৰ পৰা সোণৰ পদক আশা কৰিছে অসম তথা ভাৰতবাসীয়ে।

উত্তৰপূৱৰ আন এগৰাকী খেলুৱৈ যাৰ পৰা সোণ নিশ্চিত জয় হিচাপে আশা কৰিছে সমগ্ৰ ভাৰতে। সেই খেলুৱৈ গৰাকী হৈছে মণিপুৰৰ সাইখোম মীৰাবাই ছানু। ভাৰত্তোলনত মাৰী বাই চানুৱে ২০২০ চনত ২০২ কেজি সফলভাৱে উত্তোলন কৰি ৰূপৰ পদক লাভ কৰিছিল।

মণিপুৰৰে আন এগৰাকী খেলুৱৈ যিয়ে এইবাৰ অলিম্পিকত ভাগ লব সেই গৰাকী হৈছে নীলকান্ত শৰ্মা। পুৰুষ হকী দলত আছে নীলকান্ত শৰ্মা। অৱশ্যে ৰিজাৰ্ভ খেলুৱৈ হিচাপে থাকিব নীলকান্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Summer OlympicsassamLovleena BorgohainmanipurMirabai SanuolympicOlympic 2024Summer Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
ইতিহাস ৰচি মহিলা বিত্তমন্ত্ৰীয়ে সপ্তমবাৰৰ বাবে দাখিল কৰিব বাজেট, পঢ়ক এইবাৰৰ বাজেটৰ বিশেষ কথা

ইতিহাস ৰচি মহিলা বিত্তমন্ত্ৰীয়ে সপ্তমবাৰৰ বাবে দাখিল কৰিব বাজেট, পঢ়ক এইবাৰৰ বাজেটৰ বিশেষ কথা

কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়

কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.