• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়

10 months ago
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

15 hours ago
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

21 hours ago
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

22 hours ago
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

23 hours ago
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

2 days ago
শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়

editor by editor
July 20, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়

এক পথ দুৰ্ঘটনাত আহত কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ জিতীন প্ৰসাদ। দুৰ্ঘটনাৰ সময়ত নিজৰ সংসদীয় সমষ্টি পিলিভিত ভ্ৰমণত আছিল মন্ত্ৰীগৰাকী। সেই সময়তে কনভয়ত চলি থকা এখন বাহনৰ সৈতে মন্ত্ৰীগৰাকীৰ বাহনৰ সংঘৰ্ষ হয়।

জিতীন প্ৰসাদৰ লগতে ৰান্ধনী আৰু ব্যক্তিগত সচিবো একেটা দুৰ্ঘটনাতে আহত হয়। বাটতে ক্ষতিগ্ৰস্ত হোৱা বাহনখন থিতাতে এৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন এখন বাহনেৰে কাৰ্যসূচীৰ বাবে ৰাওনা হয়।

এই ঘটনা সংঘটিত হৈছে মাঝোলা-বিজতি পথত অৱস্থিত বাহৰুৱা গাঁৱত। জিতীন প্ৰসাদৰ মূৰত সামান্য আঘাত। কনভয়ৰ বাহনখন তীব্ৰ বেগত আছিল, যাৰ ফলত ব্যাপক সংঘৰ্ষ হয় আৰু গাড়ীখনৰ বেয়াকৈ ক্ষতিসাধন হয়।

কেন্দ্ৰীয় মন্ত্ৰী জিতীন প্ৰসাদ নিজৰ সংসদীয় সমষ্টি ভ্ৰমণত আছিল। এই সময়ছোৱাত তেওঁৰ কনভয়ত অন্তৰ্ভুক্ত এস্কৰ্ট গাড়ীখনে হঠাৎ ব্ৰেক লগাই, যাৰ ফলত জিতীন প্ৰসাদৰ গাড়ীখনো ৰৈ যায় যদিও পিছফালৰ পৰা অহা গাড়ীখনে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি মন্ত্ৰীগৰাকীৰ গাড়ীত খুন্দা মাৰে।

এই ঘটনাত গাড়ীখনৰ ক্ষতিসাধন হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয়। জিতীন প্ৰসাদে দুৰ্ঘটনাৰ পিছত আন এখন গাড়ীৰে বাহাৰৱালৈ ৰাওনা হয় মন্ত্ৰীগৰাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentCentralMinisterConvoy Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা
বিবিধ

May 23, 2025
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট
জীৱনশৈলী

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

May 23, 2025
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি
ক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

May 23, 2025
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে
বিবিধ

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

May 23, 2025
Next Post
কলৰ বাকলি পেলাই নিদি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰি ৰাহি কৰক হাজাৰ হাজাৰ টকা

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

আহি গ'ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন