• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

11 months ago
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

2 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

2 hours ago
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

4 hours ago
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

4 hours ago
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

4 hours ago
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

5 hours ago
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

5 hours ago
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

6 hours ago
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

7 hours ago
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

7 hours ago
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

9 hours ago
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

editor by editor
July 20, 2024
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

আহি গ’ল, আহি গ’ল, আহি গ’ল…পানীৰে চলা বাহন আহি গ’ল মাৰ্কটেত। মাথো ১ লিটাৰ পানী ভৰাওক, ১৫০ কিলোমিটাৰ চলাওক। বজাৰলৈ আহি গ’ল এখন বিশেষ স্কুটাৰ। এই বিশেষ স্কুটাৰ চলাবলৈ আপোনাক লাইচেঞ্চৰো প্ৰয়োজন নহব।

বিগত কিছুদিন ধৰি প্ৰতিদিনে এটা ভিডিঅ’ ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি স্কুটীখনে এক লিটাৰ পানীত ১৫০ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। আচলতে এইখনেই জয় হাইড্ৰজেন স্কুটাৰ। শেহতীয়াকৈ দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত ইয়াক প্ৰদৰ্শন কৰা হৈছিল।

এই স্কুটি চলাবলৈ ডিষ্টিল্ড পানী (Distilled Water)ৰ প্ৰয়োজন হয়। উল্লেখ্য যে, ঘৰত ব্যৱহাৰ কৰা ইনভাৰ্টাৰৰ বেটাৰীতো ডিষ্টিল্ড পানী ব্যৱহাৰ কৰা হয়। ডিষ্টিলড পানী এক প্ৰকাৰৰ বিশুদ্ধ পানী। ইয়াত কোনো মিশ্ৰণ নাথাকে। এই পানী বনাবলৈ প্ৰথমে আমি সাধাৰণ পানী গৰম কৰি ভাপলৈ ৰূপান্তৰিত কৰোঁ, তাৰ পিছত ঠাণ্ডা কৰি পুনৰ পানী বনাওঁ।

ভিডিঅ’টোত দেখা পোৱা স্কুটাৰখন হৈছে জয় ই বাইক (Joy Hydrogen Scooter), ইয়াত এক লিটাৰ ডিষ্টিল্ড পানী ঢালি দিয়া হৈছে। ইয়াৰ পিছত হাইড্ৰজেন আৰু অক্সিজেন পৃথক হযৈ যায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ই ৩০ গ্ৰাম হাইড্ৰজেনৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জ দিয়ে।

এইখন স্কুটাৰখনে পথত ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত শীৰ্ষ গতি প্ৰদান কৰে। কোৱা হৈছে যে বৰ্তমান কোম্পানীটোৱে নিজৰ প্ৰ’ট’টাইপ সংস্কৰণটো বনাইছে, ইয়াক অতি সোনকালে মুকলি কৰা হ’ব। ইয়াৰ মূল্য ৭০ হাজাৰ টকাৰ পৰা আৰম্ভ হ’ব পাৰে। ইয়াত এটা সৰু বেটাৰীও দিব পাৰে কোম্পানীৰ ফালৰ পৰা।

কি কি বৈশিষ্ট্য থাকিব জয় হাইড্ৰজেন স্কুটাৰত –
এইখন নতুন প্ৰজন্মৰ স্কুটাৰ, ইয়াত থাকিব এলয় হুইল আৰু টিউবলেছ টায়াৰ।
স্কুটাৰৰ টায়াৰৰ আকাৰ ১২ ইঞ্চি।
ইয়াত আৰামদায়ক হেণ্ডেলবাৰ আৰু ডিজিটেল মিটাৰ থাকিব।
স্কুটাৰখনৰ আসনৰ পিছফালে ধৰিব পৰাকৈ এটা হেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে।
ভঙা পথত আৰামদায়ক যাত্ৰাৰ বাবে ই গধুৰ ছাচপেনচন শক্তি লাভ কৰিব।
ইয়াত থাকিব এল ই ডি হেডলাইট আৰু টেইললাইট, যিয়ে ইয়াক হাই ক্লাছ লুক প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiindiaJoy Hydrogen ScooterSpecial ScooterWater Scooter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?
জীৱনশৈলী

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

June 20, 2025
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

June 20, 2025
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?
জীৱনশৈলী

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

June 20, 2025
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

June 20, 2025
Next Post
সঁচাকৈয়ে চন্দ্ৰ সংকুচিত হৈছে নেকি? শেহতীয়া প্ৰতিবেদনে উদ্বেগ বৃদ্ধি কৰিছে

সঁচাকৈয়ে চন্দ্ৰ সংকুচিত হৈছে নেকি? শেহতীয়া প্ৰতিবেদনে উদ্বেগ বৃদ্ধি কৰিছে

শাওনৰ সোমবাৰে মহিলাই ভুলতো নকৰিব এই কাম, পূণ্যৰ সলনি হ’ব পাপ

শাওনৰ সোমবাৰে মহিলাই ভুলতো নকৰিব এই কাম, পূণ্যৰ সলনি হ'ব পাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.