• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

6 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

7 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

7 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

8 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

8 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

9 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

10 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

10 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

10 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

11 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

12 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

editor by editor
July 22, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ
0
SHARES
350
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

পেৰিছ অলিম্পিকৰ পাছতে এগৰাকী প্ৰবীণ খেলুৱৈয়ে খেলক বিদায় জনাব। ভাৰতৰ নাম উজলোৱা খেলুৱৈগৰাকীৰ এই সিদ্ধান্তৰ বাবে এতিয়া মৰ্মাহত সতীৰ্থ। ভাৰতীয় হকী দলৰ প্ৰবীণ গ’লৰক্ষক তথা অলিম্পিক পদক বিজয়ী দলৰ সদস্য পি আৰ শ্ৰীজেশে পেৰিছ অলিম্পিকৰ পাছত এই ক্ৰীড়াক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে।

অভিজ্ঞ গ’লৰক্ষক তথা ভাৰতৰ প্ৰাক্তন হকী অধিনায়কগৰাকীয়ে কয় যে পেৰিছ অলিম্পিক তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব। বিগত অলিম্পিকত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু এইবাৰ এই পদকৰ ৰং সলনি কৰাৰ উদ্দেশ্য দলটোৰ। এই অভিজ্ঞ খেলুৱৈগৰাকীক দলটোৱে স্মৰণীয় বিদায় দিব বিচাৰিছে।

ভাৰতৰ হৈ ৩২৮খন মেচ খেলা শ্ৰীজেশৰ বাবে এয়া চতুৰ্থখন অলিম্পিক হ’ব। কেইবাখনো কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু বিশ্বকাপত খেলা ৩৬ বছৰীয়া শ্ৰীজেশ ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ অংশ আছিল। উৎকৃষ্ট গ’লৰক্ষকৰ সৈতে ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছতে ভাৰতে এই খেলবিধত ৪১ বছৰীয়া খৰাঙৰ অন্ত পেলাই পদক লাভ কৰিছিল।

সোমবাৰে হকী ইণ্ডিয়াই শ্ৰীজেশক তেওঁৰ উজ্জ্বল কেৰিয়াৰৰ বাবে অভিনন্দন জনায়। হকী ইণ্ডিয়াই ৰাষ্ট্ৰীয় দলৰ বাবে ‘Win it for Sreejesh’ অভিযান আৰম্ভ কৰিছে যিয়ে খেলুৱৈসকলক পুনৰ প’ডিয়ামত থিয় হ’বলৈ প্ৰেৰণা যোগাব। ২০১০ চনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটা শ্ৰীজেশে ২০১৪ চনৰ এছিয়ান গেমছত সোণৰ পদক আৰু ২০১৮ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলৰ সদস্য আছিল।

২০১৮ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ যৌথ বিজয়ী দল, ভুৱনেশ্বৰত অনুষ্ঠিত ২০১৯ চনৰ এফ আই এইচ পুৰুষৰ ছিৰিজ ফাইনেলৰ স্বৰ্ণ পদক বিজয়ী দল আৰু বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী দলৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল। এফ আই এইচ হকী প্ৰ’ লীগ ২০২১-২২ত ভাৰতক তৃতীয় স্থানলৈ অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২০২১ চনত শ্ৰীজেশক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ পৰা ‘ৱৰ্ল্ড গেমছ এথলীট অৱ দ্য ইয়েৰ’ ২০২১ বঁটা লাভ কৰা তেওঁ দ্বিতীয়গৰাকী খেলুৱৈ। ২০২১ আৰু ২০২২ চনত একেৰাহে দুবাৰকৈ এফ আই এইচৰ ‘বছৰৰ গ’লৰক্ষক’ বঁটা লাভ কৰিছিল। যোৱা বছৰ এছিয়ান গেমছত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে ভাৰতীয় দলটোৱে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে সোণৰ পদক লাভ কৰি টিকট লাভ কৰাত সফল হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hockeyindian hockey teamindian teamolympicOlympic Indian TeamPeris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

বৰ্তমানেও কোনো শুংসুত্ৰ নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰ পাৰ

শাৰীত লুকাই আছে বাজেট ৰহস্য, এইবাৰ বগা শাৰী, কি কাৰণ

শাৰীত লুকাই আছে বাজেট ৰহস্য, এইবাৰ বগা শাৰী, কি কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.