• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা

পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা

2 years ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

22 minutes ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

46 minutes ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

2 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

2 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

3 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

4 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

5 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

13 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

14 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

14 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

15 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা

editor by editor
August 30, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰালিম্পিকত আজি ভাৰতে উৰুৱাব পাৰে পতাকা, প্ৰথমটো সোণৰ পদকৰ সম্ভাৱনা

পেৰিছ পেৰালিম্পিক ২০২৪ ৰ আজিৰ দ্বিতীয় দিনটোত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন খেলত নিজৰ প্ৰত্যাহ্বান দাঙি ধৰিব। আজি হয়তো ভাৰতে প্ৰথম পদক লাভ কৰিব পাৰে। যোৱা পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰাই আজি ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ অৰ্হতাত অংশগ্ৰহণ কৰিব। যদি অৱনীয়ে যোগ্যতা অৰ্জন কৰে তেন্তে ফাইনেলত পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

ইয়াৰ উপৰিও পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ শাখাতো মনীষ নৰৱাল শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হ’ব। টকিঅ’ত অনুষ্ঠিত হোৱা মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ ১ প্ৰতিযোগিতাতো স্বৰ্ণ পদক লাভ কৰিছিল মনীষ নৰৱালে।

পেৰিছ পেৰালিম্পিকত আজি ভাৰতৰ খেল
পেৰা বেডমিণ্টন
মহিলাৰ একক SL3 গ্ৰুপ প্লে ষ্টেজ (দুপৰীয়া ১২)
পুৰুষৰ একক SL3 গ্ৰুপ প্লে ষ্টেজ (১:২০ বজাত)
পুৰুষৰ একক SL4 গ্ৰুপ প্লে ষ্টেজ (২:৪০ বজাত)

পেৰা শ্বুটিং
অৱনী লেখাৰা, মোনা আগৰৱালা মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 অৰ্হতা (নিশা ১২:৩০ বজাত)
পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ অৰ্হতা (২:৪৫ বজাত)

পেৰা এথলেটিকছ
মহিলাৰ ডিস্কাছ থ্ৰ’ – F55 ফাইনেল (১:৩০ বজাত)

পেৰা টেবুল টেনিছ
মহিলা ডাবলছ ডব্লিউ ডি ১০ কোৱাৰ্টাৰ ফাইনেল (বিয়লি ১:৩০ বজাত)

পেৰা ৰ’য়িং (rowing)
PR3 মিক্সড ডাবল স্কালছ হিটছ (3pm)

পেৰা আৰ্চাৰী
মহিলাৰ ব্যক্তিগত কম্পাউণ্ড মুকলি ১/১৬ এলিমিনেচন (বিয়লি ৩:০৩ বজাত)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Pera Olympic teamindian teamPera OlympicPera Olympic 2024Peralimpic 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’

বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ'

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.