অসম লাইভ২৪ঃ
দুদিনত ২০০ কোটিতকৈয়ো অধিক আয় কৰিলে পাঠানে
২১৯ কোটি আয় কৰিছে পাঠানে
শনি আৰু দেওবাৰে সকলো ৰেকৰ্ড ভঙাৰ সম্ভাৱনা পাঠানৰ
শ্বাহৰুখৰ পাঠানৰ সন্মুখত বেয়াকৈ মুখথেকেচা বয়কট গেঙৰ
দেশৰ জনতাই প্ৰত্যুত্তৰ দিলে বয়কট গেঙক
তৃতীয় দিনাও হাউছফুল দেশৰ প্ৰতিখন চিনেমাহল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ