• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিলাই জিলাই হ’ব মাদ্ৰাছাঃ মুছলমানৰ বাবে হ’ব পৃথক বিবাহ ভৱনো

জিলাই জিলাই হ’ব মাদ্ৰাছাঃ মুছলমানৰ বাবে হ’ব পৃথক বিবাহ ভৱনো

1 year ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

15 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

33 minutes ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

1 hour ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

18 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

19 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

19 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

20 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

21 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

21 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

22 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

22 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জিলাই জিলাই হ’ব মাদ্ৰাছাঃ মুছলমানৰ বাবে হ’ব পৃথক বিবাহ ভৱনো

জিলাই জিলাই হ’ব মাদ্ৰাছাঃ মুছলমানৰ বাবে হ’ব পৃথক বিবাহ ভৱনো

editor by editor
September 21, 2024
in Uncategorized, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
জিলাই জিলাই হ’ব মাদ্ৰাছাঃ মুছলমানৰ বাবে হ’ব পৃথক বিবাহ ভৱনো
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰ চৰকাৰে চুন্নী আৰু ছিয়া ৱাকফ ব’ৰ্ডৰ অধীনত পঞ্জীয়নভুক্ত সম্পত্তিৰ উন্নয়নৰ বাবে বহুমুখী অট্টালিকা, বিবাহ ভৱন, বজাৰ কমপ্লেক্স আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। এই কথা ঘোষণা কৰি সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে কয় যে চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২১খন নতুন মাদ্ৰাছা স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। খানে কয়, ‘২০২৩-২৪ চনত পাটনা, পূৰ্ণিয়া, কাইমুৰ, কাটিহাৰ, কিছানগঞ্জ, নৱাদা আৰু ছিৱানত বহুমুখী অট্টালিকা, বজাৰ কমপ্লেক্স আৰু পুথিভঁৰাল নিৰ্মাণৰ বাবে দহটা প্ৰকল্প প্ৰস্তাৱ কৰা হৈছিল। এই প্ৰকল্পসমূহৰ বাবে ১০৫.১৩ কোটি টকাৰ ধনৰ প্ৰস্তাৱ দিয়া হৈছিল।’

তেওঁ লগতে কয় যে, ২০২৪-২৫ চনত ছিৱান আৰু ভাগলপুৰ জিলাত বহুমুখী ভৱন, অতিথিশালা, বিবাহ ভৱন, ৱাকফ কাৰ্যালয় ভৱন আৰু বজাৰ কমপ্লেক্স নিৰ্মাণ কৰা হ’ব। এই কাম বিহাৰ ৰাজ্যিক ৱাকফ উন্নয়ন আঁচনিৰ অধীনত কৰা হৈছে। ইয়াৰ উপৰিও বি আৰ এম এছ ৱাইৰ অধীনত ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২১খন নতুন মাদ্ৰাছা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যত দহখন মাদ্ৰাছা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। বি আৰ এম এছ ৱাইৰ অধীনত মাদ্ৰাছাৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ সমান্তৰালকৈ খোৱাপানী, পুথিভঁৰাল, শৌচাগাৰ, কম্পিউটাৰ বিজ্ঞান লেব আদিৰ দৰে সা-সুবিধা প্ৰদান কৰা হয়। এই আঁচনি ২০১৮-১৯ বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছিল। যোৱা বছৰ পূৰ্ণিয়াত দুখন আৰু নালন্দা আৰু পূৱ চম্পাৰণত এখনকৈ মাদ্ৰাছাৰ বাবে ৩২.৩৯ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়া হৈছিল।

কেন্দ্ৰীয় চৰকাৰে লোকসভাত উত্থাপন কৰি জেপিচিলৈ প্ৰেৰণ কৰা ৱাকফ সংশোধনী বিধেয়ক-২০২৪ সন্দৰ্ভত সোধাত মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ সংখ্যালঘু জনগোষ্ঠীৰ আৱেগ আৰু কল্যাণৰ প্ৰতি গুৰুত্বপূৰ্ণ, যি সিদ্ধান্ত লোৱা হ’ব সেয়া নিশ্চিতভাৱে সমাজৰ স্বাৰ্থত হ’ব। ৰাজ্যখনৰ ৱাকফৰ সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ৰাজ্য চৰকাৰ চিন্তিত বুলি তেওঁ আশ্বাস দিয়ে। এনে সম্পত্তিত যাতে কোনো ধৰণৰ বেদখল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
Next Post
কৃষ্ণা পঞ্চমীত দেওবাৰে সিদ্ধিযোগঃ সূৰ্যদেৱৰ কৃপাত উন্নতি ৫ৰাশিৰ জীৱনত

কৃষ্ণা পঞ্চমীত দেওবাৰে সিদ্ধিযোগঃ সূৰ্যদেৱৰ কৃপাত উন্নতি ৫ৰাশিৰ জীৱনত

প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক

প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.