• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক

প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

6 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

6 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

7 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

7 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

8 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

9 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

10 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

11 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক

প্ৰথম চাৱনিতেই প্ৰেমঃ বাথৰুমৰ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক, কেটৰ প্ৰতি কেনেকৈ মোহিত হৈছিল ছলমান?

editor by editor
September 21, 2024 - Updated on October 7, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
প্ৰথম চাৱনিতেই প্ৰেমঃ দুৱাৰ খুলি হঠাৎ ছলমানে দেখিছিল কেটৰীণাক
0
SHARES
661
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেটৰিণা কাইফ আৰু ছলমান খান, এসময়ত বলীউডৰ অন্যতম পাৱাৰ কাপোল আছিল৷ এক কথাত অন্যতম যুঁটি৷ তেওঁলোকৰ বিভিন্ন ৰোমাণ্টিক ভি়ডিঅ’, ছবি ভাইৰেল হৈছিল সামাজিক মাধ্যমত৷ ছলমানেও খুব বেছিকৈয়ে গুৰুত্ব দিয়া দেখা গৈছিল কেটক৷ সেই কেট এতিয়া বিকি কৌশলৰ পত্নী৷

এসময়ত তেওঁলোকৰ সম্পৰ্কৰ খুবেই চৰ্চা হৈছিল৷ কিন্তু সেই সম্পৰ্ক খুব বেছিদিন স্থায়ী নহ’ল৷ কাৰণ এটাই কেটৰিণাৰ জীৱনত বলীউডৰ ছলমানে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে৷ চিনেমাৰ বাবে কাষে কাষে থাকিলেও ছলমান মনৰ মানুহ হৈ উঠিব নোৱাৰিলে কেটৰ৷ তাৰপাছতেই কেটৰ জীৱনলৈ আহে ৰণবীৰ কাপুৰ৷ তাৰ পৰবৰ্তী সময়তহে আহে বিকি কৌশল৷

অন্যসকলৰ তুলনাত কিন্তু ছলমান আৰু কেটৰ সম্পৰ্ক চিনেমাৰ দৰে৷ শুনামতে এনে সম্পৰ্ক খুব কমেই থাকে প্ৰেমিক-প্ৰেমিকাৰ মাজত৷ তেওঁলোকেৰ প্ৰথম দেখাৰ গল্পও কম বেছি পৰিমানে সকলোৱে জানে৷ গেলেক্সিতেই প্ৰথম ছলমান খানক কেটে দেখিছিল৷

অৰ্পিতাৰ জন্মদিনত তেওঁ নিমন্ত্ৰণ পাইছিল৷ গেলেক্সিত সোমাই কেটে ঘৰটো ঘূৰি ঘূৰি চাইছিল৷ সেই সময়তেই ছলমান খান ঘৰত সোমাই পৰিব৷ সেই সময়ত বাথৰুমৰ পৰা বাহিৰলৈ ওলাইছিল ভাইজান৷ হঠাৎ বাহিৰলৈ ওলায়েই কেটক দেখি চমকি উঠে ছলমান৷ কেটো অবাক হৈ পৰে৷ ধৰিব নোৱাৰিলে সেই সময়ত কি কৰিব? সেই দেখাই ছলমানৰ মনত কেটৰ প্ৰতি আনিলে দুৰ্বলতা৷ লাহে লাহে যোগাযোগ বাঢ়িল৷ ছলমানেই কেটক আনিলে বলীউডলৈ৷ তেতিয়ালৈ বলীউডৰ কোনো নামী দামী প্ৰডিউছাৰ, ডাইৰেক্টৰে কাম কৰাৰ সুযোগ দিয়া নাছিল কেটক৷

ছলমানে কেটক প্ৰথম বলীউডত ডেবিউ কৰাৰ সুযোগ দিয়ে৷ তাৰপাছতেই আৰম্ভ প্ৰেম৷ যদিও কেট আৰু ছলমান এতিয়া পৃথক কিন্তু সেই প্ৰেম কাহিনী আজিও জানিব খোজে বহুজনে৷ বিবাহৰ পাছতো কেটৰিণা আৰু ছলমানে টাইগাৰ থ্ৰি ছবিখনত একেলগে কাম কৰিছে৷ সেই ছবিয়েই ছলমান-কেটৰ বৰ্তমানলৈকে একেলগে কৰা শেষৰখন ছবি৷ বলীউডৰ একাংশ সূত্ৰই জনাইছে যে বিবাহৰ পূৰ্বে চুক্তিবদ্ধ হোৱাৰ বাবে সেই ছবিত কাম কৰিলে কেটে৷ ভৱিষ্যতে আৰু ছলমান -কেটে একেলগে কাম নকৰাৰ সম্ভাৱনাই বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
নীতা নহয় আন  এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

নীতা নহয় আন এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

দেউতা মই কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাছালৈ যোৱাৰ সুবিধা পাইছোঃ গাড়ীৰ চকা মেৰামতি কৰি ঘামেৰে জুৰুলি জুপুৰি পিতৃলৈ আহিল হঠাৎ ভাল খবৰটো

দেউতা মই কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাছালৈ যোৱাৰ সুবিধা পাইছোঃ গাড়ীৰ চকা মেৰামতি কৰি ঘামেৰে জুৰুলি জুপুৰি পিতৃলৈ আহিল হঠাৎ ভাল খবৰটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.