• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতা নহয় আন  এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

নীতা নহয় আন এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

2 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

40 seconds ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

15 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

15 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

16 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

16 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

17 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

18 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

18 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

19 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

19 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

20 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নীতা নহয় আন এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

নীতা নহয় আন এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?

editor by editor
September 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নীতা নহয় আন  এগৰাকী সংগীক হে মুকেশ আম্বানীয়ে দিছে ১৫০০ কোটি টকাৰ বিলাসী বাংলো, আম্বানীৰ এই সংগী কোন?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানী৷ বিশ্বৰো সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰথম ১০টা স্থানৰ ভিতৰত আছে মুকেশ আম্বানীৰ নাম৷ কিন্তু এই উত্থান জানো তেওঁৰ এদিনতেই হৈছে? বহু বছৰৰ অক্লান্ত পৰিশ্ৰমৰ ফল এই বিশাল সাম্ৰাজ্য৷ এই বিপুল বাণিজ্য আৰু সম্পত্তি গঢ়াৰ আঁৰত কিন্তু মুকেশ আম্বানীয়েই অকলে খাটনি কৰিছে তেনে নহয়৷ তেওঁৰ এই কৰ্মযজ্ঞত প্ৰতিদিনেই ভাগ লৈছে লাখ লাখ কৰ্মীয়ে৷ আম্বানীৰ ব্যৱসায়িক কাম কাজত পত্নী নীতা আৰু পুত্ৰ আকাশৰ যিমান অৰিহনা আছে সমানেই অৰিহনা আছে আন এগৰাকীৰো৷ নাম প্ৰকাশলৈ নাহিলেও তেওঁ গোপনেই কৰি গৈছে আম্বানীক সহায়৷ পত্নীতকৈয়ো যাৰ ওপৰত অধিক ভৰসা মুকেশৰ৷ পত্নী কাষত নথকা স্থানতো তেওঁ ছাঁটোৰ দৰে লাগি থাকে মুকেশৰ সৈতে৷ তেওঁ আন কোনো নহয়, মুকেশ আম্বানীৰ সকলোতকৈ বিশ্বস্ত পৰামৰ্শদাতা মনোজ মোদী৷

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মেনেজিং ডাইৰেক্টৰ আৰু চেয়াৰমেনৰ পদত আছে মুকেশ আম্বানী৷ তেওঁ ৰিলায়েন্সক লৈ যিকোনো আকৰ্ষণীয় উদ্যোগ আৰু প্ৰকল্প আৰম্ভ কৰে কিন্তু মনোজ মোদীৰ পৰামৰ্শতহে৷ কলেজীয়া জীৱনৰ পৰাই মনোজ মোদী আৰু মুকেশ আম্বানী ভাল বন্ধু৷

মুম্বাই ইউনিভাৰ্চিটিৰ কেমিকেল টেকনোলজি বিভাগত দুয়োৰে প্ৰথম চিনাকি৷ তাতেই আৰম্ভ হৈছিল বন্ধুত্ব৷ ১৯৮০ৰ দশকত ধীৰুভাই আম্বানীৰ হাতত ধৰিয়েই আৰম্ভ হৈছিল ৰিলায়েন্সৰ যাত্ৰা৷ তেতিয়াই মনোজ মোদী যুক্ত হৈছিল ৰিলায়েন্সৰ সৈতে৷ তেতিয়াৰ পৰা এতিয়ালৈ মুকেশ নীতাই নহয়, তেওঁলোকৰ পৰবৰ্তী প্ৰজন্ম আকাশ, ইশা আৰু অনন্ত আম্বানীৰ সৈতেও তেওঁৰ খুবেই মধুৰ সম্পৰ্ক৷ তেওঁৰ হাতত ধৰি বাণিজ্যৰ শিক্ষা লৈছে মুকেশৰ তিনিও সন্তানে৷

২০২০ চনত ৰিলায়েন্স জিঅ’ৰ সৈতে ফেছবুকৰ ৪৩ হাজাৰ কোটিৰ ঐতিহাসিক চুক্তিৰ নেপথ্যৰ কাৰিগৰো আছিল মনোজ মোদী৷ তেওঁৰ ওপৰত সুখী হৈ আম্বানীয়ে তেওঁক ১৫০০ কোটি টকাৰ এখন বিলাসবহুল ঘৰ উপহাৰ দিছে৷ বৰ্তমান তেওঁ ৰিলায়েন্স ৰিটেল আৰু ৰিলায়েন্স জিঅ’ৰ ডাইৰেক্টৰ পদত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
Next Post
দেউতা মই কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাছালৈ যোৱাৰ সুবিধা পাইছোঃ গাড়ীৰ চকা মেৰামতি কৰি ঘামেৰে জুৰুলি জুপুৰি পিতৃলৈ আহিল হঠাৎ ভাল খবৰটো

দেউতা মই কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু নাছালৈ যোৱাৰ সুবিধা পাইছোঃ গাড়ীৰ চকা মেৰামতি কৰি ঘামেৰে জুৰুলি জুপুৰি পিতৃলৈ আহিল হঠাৎ ভাল খবৰটো

ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ঈদ আৰু মহৰমত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিমঃ বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.