• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

1 year ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

20 minutes ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

1 hour ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

21 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

22 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

editor by editor
January 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
0
SHARES
13.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ নগদ টকাৰ প্ৰয়োজন পৰিলেই পাৰ্ছনেল লোনেই একমাত্ৰ ভৰসা৷ আৰু এই টকা যি কোনো প্ৰয়োজনত খৰচ কৰা যায়৷ সেয়া বিবাহেই হওক বা বিদেশ যাত্ৰাই হওক৷ কিন্তু হোম লোন বা কাৰ লোনৰ দৰে ইয়াত কোনো বাধ্য বাধকতা নাই৷

পাৰ্ছনেল লোনত বৰ্তমানৰ সুদৰ হাৰ

পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ ৮.৫৫ শতাংশৰ পৰা আনুমানিক ৩৬শতাংশ পৰ্যন্ত হ’ব পাৰে৷ সুদৰ হাৰ নিৰ্ধাৰিত হয় ঋণগ্ৰহীতাৰ ক্ৰেডিট স্কোৰ, আয় আৰু অন্যান্য বেংক লেনদেনৰ ওপৰত ভিত্তি কৰে৷ পাৰ্ছনেল লোন মানে ‘আনছিকিউৰ্ড লোন’ সেয়ে সুদৰ হাৰ বেছি৷

পাৰ্ছনেল লোন পৰিশোধৰ পদ্ধতি

ঋণগ্ৰহীতাই সম্পূৰ্ণ ম্যাদ জুৰি নিয়মিতভাৱে ঋণ পৰিশোধ কৰিব পাৰে৷ ঋণৰ বোজা কমাব খুজিলে প্ৰিক্লোজ কৰাৰ সুবিধাও আছে৷ সেয়ে ঋণ দি শেষ কৰিলেও পাৰ্ছনেল লোন বন্ধ নহয়৷ ইয়াৰ নিৰ্দিষ্ট পদ্ধতি আছে৷ সেয়া মানিব লাগিব৷ ইয়াৰ বাবে ঋণদাতা সংস্থাৰ পৰা সকলোবোৰ তথ্য জানি লোৱাৰ প্ৰয়োজন আছে৷

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব? সুদৰ হাৰ কিমান হ’ব? HDFC বেংকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত  ১০.৮৫% ৰ পৰা ২৪শতাংশ পৰ্দন্ত সুদ অফাৰ কৰা হৈছে৷ এইক্ষেত্ৰত জানি ৰখা প্ৰয়োজন যে, যিসকলৰ ক্ৰেডিট স্কোৰ ভাল তেওঁলোকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত কম সুদ লোৱা হয়৷

HDFC বেংকত পাৰ্ছনেল লোনৰ বাবে প্ৰচেছিং ফি হিচাপে দিব লাগে ৬৫০০ টকা৷ ইয়াৰোপৰি ইয়াৰ সৈতে জি এছ টি যোগ কৰা হয়৷ সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব?

সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে সুদৰ বাবদ কিমান টকা দিব লাগিব৷ এই সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতিমাহে ১৮,৭৪৮টকাকৈ EMI দিব লাগিব৷

এই সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে সুদৰ বাবদ মুঠ ৪,৭৪,৮৩৫ টকা দিব লাগিব৷ অৰ্থাৎ HDFCবেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ পাৰ্ছনেল লোনত মুঠ ১৫,৭৪,৮৩৫ টকা পৰিশোধ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
Next Post
২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.