• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

5 months ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

46 minutes ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

2 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

2 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

3 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

3 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

4 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

5 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

6 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

6 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

7 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

7 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

editor by editor
April 14, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
0
SHARES
840
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ নগদ টকাৰ প্ৰয়োজন পৰিলেই পাৰ্ছনেল লোনেই একমাত্ৰ ভৰসা৷ আৰু এই টকা যি কোনো প্ৰয়োজনত খৰচ কৰা যায়৷ সেয়া বিবাহেই হওক বা বিদেশ যাত্ৰাই হওক৷ কিন্তু হোম লোন বা কাৰ লোনৰ দৰে ইয়াত কোনো বাধ্য বাধকতা নাই৷

পাৰ্ছনেল লোনত বৰ্তমানৰ সুদৰ হাৰ

পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ ৮.৫৫ শতাংশৰ পৰা আনুমানিক ৩৬শতাংশ পৰ্যন্ত হ’ব পাৰে৷ সুদৰ হাৰ নিৰ্ধাৰিত হয় ঋণগ্ৰহীতাৰ ক্ৰেডিট স্কোৰ, আয় আৰু অন্যান্য বেংক লেনদেনৰ ওপৰত ভিত্তি কৰে৷ পাৰ্ছনেল লোন মানে ‘আনছিকিউৰ্ড লোন’ সেয়ে সুদৰ হাৰ বেছি৷

পাৰ্ছনেল লোন পৰিশোধৰ পদ্ধতি

ঋণগ্ৰহীতাই সম্পূৰ্ণ ম্যাদ জুৰি নিয়মিতভাৱে ঋণ পৰিশোধ কৰিব পাৰে৷ ঋণৰ বোজা কমাব খুজিলে প্ৰিক্লোজ কৰাৰ সুবিধাও আছে৷ সেয়ে ঋণ দি শেষ কৰিলেও পাৰ্ছনেল লোন বন্ধ নহয়৷ ইয়াৰ নিৰ্দিষ্ট পদ্ধতি আছে৷ সেয়া মানিব লাগিব৷ ইয়াৰ বাবে ঋণদাতা সংস্থাৰ পৰা সকলোবোৰ তথ্য জানি লোৱাৰ প্ৰয়োজন আছে৷

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব? সুদৰ হাৰ কিমান হ’ব? HDFC বেংকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত  ১০.৮৫% ৰ পৰা ২৪শতাংশ পৰ্দন্ত সুদ অফাৰ কৰা হৈছে৷ এইক্ষেত্ৰত জানি ৰখা প্ৰয়োজন যে, যিসকলৰ ক্ৰেডিট স্কোৰ ভাল তেওঁলোকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত কম সুদ লোৱা হয়৷

HDFC বেংকত পাৰ্ছনেল লোনৰ বাবে প্ৰচেছিং ফি হিচাপে দিব লাগে ৬৫০০ টকা৷ ইয়াৰোপৰি ইয়াৰ সৈতে জি এছ টি যোগ কৰা হয়৷ সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব?

সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে সুদৰ বাবদ কিমান টকা দিব লাগিব৷ এই সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে প্ৰতিমাহে ১৮,৭৪৮টকাকৈ EMI দিব লাগিব৷

এই সুদৰ হাৰ অনুসৰি HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখ টকাৰ পাৰ্ছনেল লোন ল’লে সুদৰ বাবদ মুঠ ৪,৭৪,৮৩৫ টকা দিব লাগিব৷ অৰ্থাৎ HDFCবেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ পাৰ্ছনেল লোনত মুঠ ১৫,৭৪,৮৩৫ টকা পৰিশোধ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
Next Post
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.