• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

3 years ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

13 minutes ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

1 hour ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

2 hours ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

3 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

4 hours ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

5 hours ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

editor by editor
June 9, 2023
in বিশ্ব, ভাৰত
0
বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অচিৰেই আহিব ভালখবৰটো! অৱশেষত কমিব পাৰে পেট্ৰল-ডিজেলৰ দাম। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰেই কমিব পাৰে পেট্ৰল ডিজেলৰ দাম। বিগত এবছৰত বিদেশৰ পৰা আমদানী কৰা ক্ৰুইড অইলৰ দাম কমিছে যদিও পেট্ৰল-ডিজেলৰ দাম কমোৱা নাই কেন্দ্ৰীয় চৰকাৰে। এবছৰ পূৰ্বে ক্ৰুইড অইলৰ দাম আছিল প্ৰতি বেৰেলত ১২০ ডলাৰ। বৰ্তমান সেই দাম কমি হৈছেগৈ ৭০ ডলাৰ। মে মাহত ভাৰতত অশোধিত তেলৰ ৪৫ শতাংশই ৰাছিয়াৰ পৰা আমদানী কৰিছিল। এবছৰ পূৰ্বে মোদী চৰকাৰে পেট্ৰলত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক কমাই দিছিল। তাৰপিছৰে পৰা আৰু কোনো শুল্ক কমোৱা নাই।

কৰ্ণাটকত বিজেপিৰ পতনৰ পাছতেই দেশত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত পৰ্যালোচনা আৰম্ভ কৰিছে বিজেপি চৰকাৰে। চৰকাৰী এক সূত্ৰই এই কথা প্ৰকাশ কৰিলেও একাংশই আকৌ কৈছে, ৰাজনীতিৰ সৈতে এই বিষয়ৰ কোনো সম্পৰ্ক নাই। অশোধিত তেলৰ দাম হ্ৰাস হ’লেও ৰাছিয়াৰ পৰা সস্তাত অশোধিত তেল আমদানী কৰিলেও পেট্ৰল-ডিজেলৰ দাম কমাব পৰা নাযাব। কাৰণ পূৰ্বে অশোধিত তেল ক্ৰয়ত বহু ঘাটি এতিয়াৰ চৰকাৰে পূৰণ কৰি থাকিবলগা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?
জীৱনশৈলী

April 22, 2026
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?
বিশ্ব

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

April 22, 2026
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

April 22, 2026
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী
জীৱনশৈলী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

April 22, 2026
Next Post
কৰমণ্ডল এক্সপ্ৰেছৰ পাছত আন এক অঘটন! দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই

কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন