অসম লাইভ ২৪ঃ অমিক্ৰণৰ বিৰুদ্ধে ৯০ শতাংশ কাৰ্যকৰী ফাইজাৰৰ এণ্টিভাইৰেল কোভিড টেবলেট৷ শেহতীয়া এক লেবৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ মঙলবাৰে ফাইজাৰৰ INCয়ে সদৰী কৰে এই কথা৷ অমিক্ৰণত আক্ৰান্ত ৰোগীৰ চিকিৎসাধীন তথা ৰোগীৰ মৃত্যুৰ ক্ষেত্ৰত ৯০ শতাংশ কাৰ্যকৰী এই টেবলেট৷ সম্প্ৰতি সমগ্ৰ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ৷ ভাৰতত বৰ্তমান ৮১ গৰাকীৰ দেহত অমিক্ৰণৰ উপস্থিতি ধৰা পৰিছে৷ অসমতো এজন লোক আক্ৰান্ত হৈচে অমিক্ৰণত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ