• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন

পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন

1 month ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

1 hour ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

3 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

3 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

3 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

3 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

5 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

5 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

6 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

7 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

7 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

8 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
Wednesday, February 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন

editor by editor
December 29, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, বিনোদন
0
পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন
0
SHARES
938
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বছৰত পিকনিকলৈ যাবলৈ সাজু হৈছে? পিকনিক প্লেন কৰাৰ পূৰ্বেই জানি লওক চৰকাৰে জাৰি কৰা এইসমূহ নিৰ্দেশনা৷ নতুন বছৰত পিকনিকলৈ যোৱাসকলে মানিব লাগিব ১৭ টা নিয়ম৷
অনুমতি নোলোৱাকৈ যাব নোৱাৰিব বনভোজস্থলীলৈ
বনভোজস্থলীত পেলাব নোৱাৰিব প্লাষ্টিকজাত সামগ্ৰী
বনভোজ শেষ হোৱাৰ পাছত পৰিষ্কাৰ কৰিব লাগিব সেই এলেকা
বনভোজস্থলীত গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদিৰ ওপৰতো নিষেধাজ্ঞা
বনভোজস্থলীত জুৱা নাইবা কোনো নিষিদ্ধ খেল খেলিব নোৱাৰিব
মাছ ধৰা, নাও চলোৱা, সাঁতোৰা আদিৰ ওপৰতো নিষেধাজ্ঞা
উচ্চ প্ৰাবল্যৰ সংগীত, ডি জে আদিৰ ক্ষেত্ৰতো বাধা আৰোপ
দীপৰবিলৰ সমীপবৰ্তি অঞ্চলত সৃষ্টি কৰিব নোৱাৰিব হূলস্থুলীয়া পৰিবেশৰ
বনভোজস্থলীত থকা কোনোধৰণৰ বেনাৰ, পোষ্টাৰ আঁতৰ কৰিব নোৱাৰিব লোকসকলে
বনভোজস্থলীত গছ-গছনি কটাৰ ওপৰতো নিষেধাজ্ঞা
পিকনিকস্থলীত খাদ্যসামগ্ৰীৰ দোকান দিয়াতো বাধা আৰোপ
বনভোজস্থলীত আতচবাজী ফুটোৱাৰ ওপৰতো বাধা আৰোপ
বনভোজস্থলীত ধূমপান কৰা আৰু সুৰা সেৱনতো নিষেধাজ্ঞা
পিকনিকস্থলীত যোগান ধৰা নহয় বিদ্যুতৰ
বনভোজস্থলীত চাইকেল নাইবা বাহন চলাব নোৱাৰিব
পিকনিকস্থলীত কোনোধৰণৰ ধৰ্মীয় নাইবা ৰাজনৈতিক অনুষ্ঠান কৰিব নোৱাৰিব
বনভোজস্থলীৰ অনুমতি মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা আগতীয়াকৈয়ে ল’ব লাগিব

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…
অসম

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

February 1, 2023
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…
অপৰাধ

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…
অসম

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

February 1, 2023
Next Post
সাজু অসম আৰক্ষী! আপুনি সাজুনে? ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে আৰক্ষীৰ ১৮ টা নিয়ম…

সাজু অসম আৰক্ষী! আপুনি সাজুনে? ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে আৰক্ষীৰ ১৮ টা নিয়ম...

ডিএছপি ভনীতা দাস, আবকাৰী অধীক্ষক মানৱী দাসে বক্ৰ পথেৰে লৈছিল নেকি চাকৰি? দুই মহিলা আৰক্ষী বিষয়ালৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী…

ডিএছপি ভনীতা দাস, আবকাৰী অধীক্ষক মানৱী দাসে বক্ৰ পথেৰে লৈছিল নেকি চাকৰি? দুই মহিলা আৰক্ষী বিষয়ালৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.