• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

9 months ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

9 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

editor by editor
July 24, 2025
in জীৱনশৈলী, বিবিধ
0
যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত
0
SHARES
872
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌন মিলনৰ সন্মতিৰ বয়স ১৮ ৰ পৰা কমাই ১৬ কৰা হওক, এই আবেদন জমা হৈছে ছুপ্ৰিম কৰ্টত৷ পকছো আইনৰ এই সংক্ৰান্তিয় নিয়মক লৈ আপত্তিও তুলিছে বহুজনে৷ ছিনিয়ৰ অধিবক্তা ইন্দিৰা জয়সিংহই বৃহস্পতিবাৰে শীৰ্ষ আদালতত এই বিষয়ে তেওঁৰ আবেদন লিখিত আকাৰে জমা দিছে৷ ইন্দিৰাৰ বক্তব্য, পকছো আইনত ১৬ৰ পৰা ১৮ বছৰ বয়সীয়াৰ মাজত যৌন কাৰ্যকলাপক অপৰাধৰ পৰ্যায়ত ধৰা হয়৷ সেয়া উচিত নহয়৷ ইয়াত কিশোৰ কিশোৰীৰ সাংবিধানিক অধিকাৰ লঙ্ঘিত হয়৷

১৬ ৰ পৰা ১৮ বছৰ বয়সীয়াৰ মাজত সন্মতিসূচক প্ৰেমৰ সম্পৰ্কৰ অধিকাৰৰ বাবে যুঁজ দিছে ইন্দিৰাই৷ তেওঁ জনাইছে যে কিশোৰ বয়সৰ প্ৰেমক ধৰ্ষণৰ পৰ্যায়লৈ আইনেই লৈ গৈছে৷ এয়া সঠিক নহয়৷ কৈশোৰৰ মানসিক পৰিণতি, সিদ্ধান্ত লোৱাৰ ক্ষমতাক অস্বীকাৰ কৰা হয়৷ তেওঁ কয়, ‘সন্মতিৰ বয়স ১৬ৰ পৰা ১৮ বছৰ বয়সলৈ বঢ়াই দিয়াৰ কোনো যুক্তিসংগত কাৰণ নাই৷’ ৭০ বছৰ ধৰি সন্মতিৰ বয়স আছিল ১৬, কিন্তু মাজতে সেই বয়স বঢ়াই দিয়া হল৷
ইন্দিৰাই জনাইছে যে ২০১৩ চনৰ ফৌজাদাৰী সংশোধন আইন অহাৰ পূৰ্বলৈকে সন্মতিৰ বয়স আছিল ১৬ বছৰ৷ কিন্তু এই বয়সসীমা কাৰণ অবিহনেই বৃদ্ধি কৰা হৈছে৷ ন্যায়াধীশ বৰ্মা কমিটিৰ সদস্যসকলেও এই বয়সসীমা ১৬ ৰখা হৈছিল বুলি জনাইছে ইন্দিৰাই৷ এই বিষয়ে কিছু বৈজ্ঞানিক আৰু সামাজিক তথ্য পৰিসংখ্যাও তুলি ধৰিছে তেওঁ৷ নেশ্ব্যনেল ফেমিলি হেলথ ছাৰ্ভেৰ তথ্যই কৈছে যে কৈশোৰত যৌন কাৰ্যকলাপ অস্বাভাৱিক নহয়৷ ইন্দিৰাই দিয়া পৰিসংখ্যাই কৈছে যে ২০১৭ চনৰ পৰা ২০২১ চনৰ মাজত পকছো আইনত ১৬ৰ পৰা ১৮ বছৰ বয়সীয়াসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ১৮০ শতাংশ বাঢ়ি গৈছে৷
ইন্দিৰাই কৈছে, বেছিভাগ অভিযোগেই পিতৃ মাতৃসকলে কৰে৷ বেছিভাগ ক্ষেত্ৰতেই সেইসমূহ কন্যৰ ইচ্ছাৰ বিৰুদ্ধ৷ ইয়াত বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত পাৰস্পৰিক সম্পৰ্কৰো নজিৰ আছে৷ ইন্দিৰাৰ মত এই আইনৰ ফলত কিশোৰ কিশোৰীৰ প্ৰেম লুকাই কৰা, পলাই যোৱা আদি সমস্যা বৃদ্ধি পাইছে৷
এই সমস্যাৰ সমাধানৰ বাবে আইনত ব্যতিক্ৰমৰ প্ৰয়োজনীয়তাৰ কথা কৈছে ইন্দিৰাই৷ শীৰ্ষ আদালতত সেই আবেদনেই জনাইছে ইন্দিৰাই৷ তেওঁৰ আবেদন, কিশোৰ কিশোৰীৰ মাজত সন্মতিসূচক প্ৰেমক পকছোৰ পৰা অব্যাহতি দিয়া হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.