• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

4 months ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

28 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

editor by editor
June 2, 2026
in বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত ভাল ৰিটাৰ্ণ পোৱা যায়৷ এই দাবী কৰে বিনিয়োগ বিশেষজ্ঞসকলে৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ কিন্তু সকলোবোৰ বিনিয়োগক বিশ্বাস কৰিব নোৱাৰি৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ সকলো ক্ষেত্ৰত ধন হেৰুওৱাৰ ভয় নাই৷
যদি বেংক ডিপোজিট স্কিমৰ কথা কোৱা হয় তেন্তে বেছিভাগ লোকৰ মনতেই আহে ফিক্সড ডিপোজিটৰ কথা৷ বৰ্তমান ফিক্সড ডিপজিটত ভাল হাৰত সুদ অফাৰ কৰি থকা হৈছে৷ চিনিয়ৰ চিটিজেনৰ কথা যদি ধৰা হয় তেন্তে তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটত বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷
কিন্তু বিনিয়োগৰ আৰু এটা ভাল বিকল্প হৈছে আৰ ডি বিনিয়োগ মাধ্যম৷ বিভিন্ন বেংকত বিভিন্ন সুদৰ হাৰত আৰ ডি খুলিব পাৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিম বৰ্তমান খুবেই জনপ্ৰিয় হৈছে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই স্কিমত ৬.৭শতাংশ হাৰত সুদ দিছে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডিৰ মেচিউৰিটি ৫ বছৰত হয়৷ কিন্তু ৩বছৰ পাছত এই ধন উঠাই লব পাৰে৷ আৰ ডিৰ বিশেষত্ব হৈছে এই স্কিমত ধন হেৰুৱাৰ ভয় নাই ইয়াত ধন সম্পূৰ্ণ নিৰাপদ৷ সৰু বিনিয়োগকাৰীৰ ক্ষেত্ৰত পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট অৰ্থাৎ আৰ ডি বিনিয়োগৰ এটা জনপ্ৰিয় বিকল্প৷
আৰ ডিৰ বিপৰীতে বিনিয়োগৰাকীয়ে ঋণো লব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা ধনৰ পৰিমাণৰ ৫০শতাংস পৰ্যন্ত ঋণ লব পাৰে৷ ঋণ একক বা কিস্তিত শোধ কৰিব পাৰি৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপোজিটৰ সুদতকৈ ২ শতাংশ বেছি হব৷
ধৰা হল কোনোৱে যদি ৫ বছৰৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে ১০০০০ টকাকৈ জমা কৰে তেন্তে কেলকুলেটৰ অনুসৰি মেচিউৰিটিৰ সময়ত পোৱা যাব মুঠ ৭,১৩,৬৫৯ টকা৷ এতিয়া সুদ হিচাপে পোৱা যাব  ১,১৩,৬৫৯ টকা৷
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে ১২০০০ টকা জমা কৰিলে ৫ বছৰত কিমান টকা পোৱা যাব? পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত কোনোৱে যদি ৫ বছৰৰ বাবে প্ৰতি মাহে ১২০০০ টকা জমা কৰিলে তেওঁলোকে মেচিউৰিটিৰ সময়ত পাব মুঠ ৮,৫৬,৩৮৮ টকা৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত কোনোৱে যদি ৫ বছৰৰ বাবে প্ৰতিমাহে ১২০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব ১, ৩৬, ৩৮৮ টকা৷ এই সুদৰ হিচাপ ধৰা হৈছে পোষ্ট অফিচৰ বৰ্তমান বাৰ্ষিক সুদৰ হাৰ ৬.৭শতাংশ ধৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.