• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

3 months ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

2 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

3 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

6 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

7 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

editor by editor
June 2, 2026
in বাণিজ্য, ভাৰত
0
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
0
SHARES
732
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেশৰ কোটি কোটি কৃষক এতিয়া প্ৰধানমন্ত্ৰী কিষাণ যোজনা বা PM Kishanৰ ২৩তম কিস্তিৰ অপেক্ষাত আছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ আওতাত কৃষকসকলৰ বেংক একাউণ্টত ২০০০ টকাকৈ তিনিটা কিস্তিত ধন পঠিয়াই৷ বৰ্তমান পৰ্যন্ত কৃষকে মুঠ ২২টা কিস্তিৰ টকা পাইছে৷ ২০২৬ চনৰ ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ গুৱাহাটীৰ পৰা ২২ তম কিস্তি প্ৰকাশ কৰিছিল৷
মিডিয়া ৰিপৰ্ট অনুসৰি ২০২৬ চনৰ জুলাই মাহৰ ভিতৰত ২৩ তম কিস্তি জাৰি কৰিব পাৰে৷ চলিত বছৰতো চৰকাৰে মুঠ ৬০০০ টকা তিনিটা কিস্তিত কৃষকৰ একাউণ্টলৈ পঠিয়াব৷ কেইবাটাও গুৰুত্বপূৰ্ণ নথিৰ কাম সম্পূৰ্ণ নকৰিলে ২৩তম কিস্তিৰ টকা নাপাবও পাৰে৷
যিসমূহ কৃষকে বৰ্তমান পৰ্যন্ত e-KYC সম্পূৰ্ণ কনা নাই তেওঁলোকে দ্ৰুতভাৱে প্ৰক্ৰিয়া শেষ কৰক৷ চৰকাৰী নিৰ্দেশিকা অনুসৰি অটিপিৰ মাধ্যমেৰে PM-Kisan পৰ্টেল খুলি ঘৰতে বহি e-KYCসম্পূৰ্ণ কৰিব পাৰে৷ ইয়াৰোপৰি নিকটবৰ্তী কমন চাৰ্ভিছ চেণ্টাৰলৈ গৈ বায়োমেট্ৰিক e-KYC কৰাটো বাধ্যতামূলক৷
ইয়াৰোপৰি বেংক একাউণ্টত কিস্তিৰ টকা পোৱাৰ বাবে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থকাটো জৰুৰী৷ যদি আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে যুক্ত নাথাকে তেন্তে কিস্তিৰ টকা ৰৈ যাব পাৰে৷ কৃষকৰ মাটিৰ ভেৰিফিকেছন কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ৷ যিসকলে এতিয়াও মাটিৰ কাগজপত্ৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকেও পিএম কিষাণৰ পৰবৰ্তী কিস্তিৰ সুবিধা লাভ নকৰিব৷
ইয়াৰোপৰি একে পৰিয়ালৰ দুজন সদস্যই এই প্ৰকল্পৰ সুবিধা একেলগে নাপাব পাৰে৷ অৰ্থাৎ পৰিয়ালৰ দুই সদস্যই যদি এই প্ৰকল্পত আবেদন কৰে তেন্তে দুজনৰ একাউণ্টলৈ ধন নাহিবও পাৰে৷ এনে পৰিস্থিতিত চৰকাৰে লগে লগে কিস্তি বন্ধ কৰি দিব পাৰে৷
ইয়াৰোপৰি আৰু কিছুক্ষেত্ৰত কৃষকে এই প্ৰকল্পৰ সুবিধা নাপাব৷ চৰকাৰে জনাইছে যে যিসকলে ১ ফেব্ৰুৱাৰী ২০১৯ৰ পাছত মাটি কিনিছে তেওঁলোক এই প্ৰকল্পৰ বাবে যোগ্য বুলি বিবেচিত নহ’ব৷ উল্লেখ্য যে চৰকাৰে বছৰি তিনিটা পৃথক সময়ত এই কিস্তিৰ টকা দিয়ে৷ প্ৰথম কিস্তি এপ্ৰিল মাহত, দ্বিতীয় কিস্তি জুলাই মাহত আৰু তৃতীয় কিস্তি ডিচেম্বৰ মাহত পঠিওৱা হয়৷
২৩তম কিস্তিও খুবেই সোনকালে মুকলি কৰি দিয়া হ’ব৷ আপোনাৰ একাউণ্টত এই কিস্তিৰ টকা আহিছে নে সেয়া PM-Kisan-ৰ ৱেবচাইটত গৈ দেখা যাব৷ ইয়াৰ বাবে প্রথমে Farmer Corner-লৈ যাব লাগিব৷ তাৰপিছতেই “Know Your Status”-ত ক্লিক কৰিব লাগিব৷ ইয়াৰপাছতেই ৰেজিষ্ট্ৰেচন নম্বৰ আৰু আধাৰ নম্বৰ দিয় কেপচা পূৰণ কৰি “Get Status”-ত ক্লিক কৰিলেই ষ্টেটাছ জনা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

September 7, 2026
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?
বাণিজ্য

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

September 7, 2026
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
Next Post
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.