• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

1 year ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

8 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

38 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

15 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

editor by editor
July 25, 2025
in জীৱনশৈলী
0
আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি সৌৰজগতৰ ৰজা সূৰ্যই এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ সেই হিচাপে সম্পূৰ্ণ ৰাশিচক্ৰ ঘূৰি আহিবলৈ সূৰ্যক মুঠ এবছৰ সময় লাগে৷ অৱশ্যে ৰাশি এৰিও সূৰ্যই মাজে মাজে নিজৰ নক্ষত্ৰ সলনি কৰি থাকে৷ আগষ্টত জ্যোতিষ গণনাৰ বিচাৰত এক বিৰল ঘটনা ঘটিব৷ আগন্তুক মাহৰ সূৰ্যই দুবাৰ নহয় মুঠ তিনিবাৰ নিজৰ অৱস্থান সলনি কৰিব৷

আগষ্টত সূৰ্যৰ গোচৰ

আগন্তুক ৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য৷ ইয়াৰ পাছতেই ১৭ আগষ্টত কৰ্কট এৰি সিংহ ৰাশিত সূৰ্যৰ গোচৰ আৰম্ভ হব৷ ইয়াৰপাছতেই মাহৰ শেষত আগন্তুক ৩০ আগষ্টত সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এমাহৰ ভিতৰত সূৰ্যৰ তিনিবাৰ গোচৰৰ ফলত নানান দিশৰ পৰা লাভৱান হব চাৰি ৰাশিৰ জাতক৷ জানি থওক আগষ্টত সূৰ্যৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

বৃষ ৰাশি

আগষ্টত সূৰ্যই তিনিবাৰ গোচৰ কৰাৰ ফলত বৃষ ৰাশিৰ জাতকে বিপুল সুফল পাব৷ আগন্তুক মাহত সমাজত সন্মান, সম্পদ আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতি মজবুত হব৷ আৰ্থিকভাৱেও উন্নতি কৰিব৷ নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সূৰ্যই তিনিবাৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ লক্ষ্য কৰা যাব এই ৰাশিৰ ওপৰত৷ এই সময়ত কোনো ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে আপুনি৷ আত্মবিশ্বাস বাঢ়িব৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হব৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷

তুলা ৰাশি

সূৰ্যৰ এটাৰ পাছত আনটো গোচৰৰ প্ৰভাৱত আগন্তুক মাহত উল্লেখযোগ্য ভাৱে উপাৰ্জন বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ বিনিয়োগৰ পৰা লাভৱান হব৷ প্ৰেম জীৱন ভালে থাকিব৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলি যাব৷ লটাৰি জিকিব পাৰে৷ শ্বেয়াৰ মাৰ্কেটৰ পৰাও লাভৱান হ’ব৷

বৃশ্চিক ৰাশি

সূৰ্যৰ গোচৰৰ প্ৰভাৱত আগষ্টত একাধিক পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব বৃশ্চিক ৰাশিৰ জাতকে৷ কেৰিয়াৰত আপোনাৰ পৰিস্থিতি মজবুত হ’ব৷ ব্যৱসায়ত লাভ হব৷ আপোনাৰ বিৰোধীসকল পৰাজিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.