• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

editor by editor
February 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ মোদী চৰকাৰে দিছে বৃহৎ সুযোগ৷ এইবাৰ কাম শিকাৰ সময়তেই শিক্ষানবীশসকলে মাহিলী পাব ৫ হাজাৰকৈ টকা৷ এইবাৰ দ্বিতীয় ৰাউণ্ডৰ বাবে পি এম ইণ্টাৰ্ণচিপ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ জানি থওক কি কি যোগ্যতা লাগিব এই ধনলাভৰ বাবে? কেতিয়া কৰিব লাগিব ৰেজিষ্ট্ৰেছন?

প্ৰথম ৰাউণ্ডত ৬ লাখৰো বেছি আবেদনৰ অভূতপূৰ্ব প্ৰতিক্ৰিয়াৰ পাছত প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণচিপ স্কিমৰ দ্বিতীয় ৰাউণ্ড আৰম্ভ কৰিব৷ তাতেই ১ লাখতকৈ বেছি ইণ্টাৰ্নছিপ পদৰ সুবিধা দিছে চৰকাৰে৷ এই স্কিম উচ্চাকাংক্ষী তৰুণ পেছাদাৰক তেল আৰু গেছ, বেংকিং, হস্পিটেলিটি, অটোমোটিভ, মেনুফেকচাৰিং আৰু এছ এম চি জিসহ বিভিন্ন চেক্টৰৰ নেতৃস্থানীয় সংস্থাসমূহ ১২ মাহৰ মাহিলী টকাৰ ইণ্টাৰ্ণচিপৰ সুযোগ দিছে৷

দেশৰ কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে এই উদ্যোগ

প্ৰধানমন্ত্ৰীৰ এই উদ্যোগত সকলো মিলি ৭৩০খন জিলা ৩০০ টাতকৈ বেছি কোম্পানীয়ে অংশগ্ৰহণ কৰিছে৷ মূলত যুৱকসকলৰ ব্যৱহাৰিক অভিজ্ঞতা অৰ্জন আৰু পেছাদাৰ নেটৱৰ্কত কাম কৰাৰ অভিজ্ঞতা দিয়াৰ বাবে এই সুযোগ দিয়া হৈছে৷ এইক্ষেত্ৰত আবেদনকাৰীয়ে চেক্টৰ, কৰ্মক্ষেত্ৰত আগ্ৰহৰ ওপৰত ভিত্তি কৰি ইণ্টাৰ্নছিপ বাচি ল’ব পাৰে৷ আনকি এই ক্ষেত্ৰত সুবিধাৰ বাবে তেওঁলোকে বৰ্তমান ঠিকনাৰ পৰা এক নিৰ্দিষ্ট এলেকা ঠিক কৰি ল’ব পাৰে৷ এই দ্বিতীয় ৰাউণ্ডত প্ৰতিজন প্ৰাৰ্থীয়ে সময়সীমাৰ পূৰ্বে সৰ্বোচ্চ ৩টা ইণ্টাৰ্ণচিপত আবেদন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণচিপ স্কিমৰ যোগ্যতা, সুবিধা

কৰ্পোৰেট বিষয়ক মন্ত্ৰণালয়ৰ নেতৃত্বত স্কিমটোৰ লক্ষ্য ২১ৰ পৰা ২৪ বছৰ বয়সীয়াসকলে কামৰ সুযোগ পাব৷ বৰ্তমান যিসকল শিক্ষাৰ্থী তেওঁলোকক কাম শিকাই সময়ত নিযুক্ত কৰোৱাই চৰকাৰৰ এই প্ৰকল্পৰ লক্ষ্য৷ এই স্কিমত নিৰ্বাচিত ইণ্টাৰ্নে মাহত ৫০০০ টকা সাহায্য পাব৷ পৰবৰ্তীসময়ত ৬০০০ টকাৰ এককালীন সাহায্য পাব৷ এই ইণ্টাৰ্ণচিপসমূহ নূন্যতম ৬ মাহৰ বাবে দিয়া হয়৷

কোনে কোনে পাব এই সুযোগ?

১. যিসকলে ফুল টাইম চাকৰি কৰিছে তেওঁলোকে এই সুযোগ নাপায়৷

২. এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ বাৰ্ষিক ৪লাখ টকাতকৈ বেছি আয় কৰে তেতিয়াহ’লে আপুনি আবেদন কৰিব নোৱাৰিব৷

৩. কোনোৱে চৰকাৰী চাকৰি কৰিলে ইয়াত আবেদন কৰিব নোৱাৰিব৷

প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণচিপ স্কিমৰ দ্বিতীয় ৰাউণ্ডৰ শেষ তাৰিখ

প্ৰাৰ্থীয়ে ১২ মাৰ্চ, ২০২৫ পৰ্যন্ত ৰেজিষ্ট্ৰেচনৰ বাবে আবেদন কৰিব পাৰিব৷

https://pminternship.mca.gov.in/login/-গৈ আবেদন কৰক৷

ইয়াৰপাছতেই ৰেজিষ্ট্ৰেচন নাওত ক্লিক কৰক৷

আপোনাৰ নম্বৰ লিখক আৰু কমপ্লিটত ক্লিক কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.