• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰই দিব ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব ২হাজাৰকৈ টকা

কেন্দ্ৰই দিব ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব ২হাজাৰকৈ টকা

2 years ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

55 minutes ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

2 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

13 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

14 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

14 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

14 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

15 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

16 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

17 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

17 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেন্দ্ৰই দিব ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব ২হাজাৰকৈ টকা

কেন্দ্ৰই দিব পাৰে ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব পাৰে ২হাজাৰকৈ টকা!

editor by editor
September 27, 2024 - Updated on September 28, 2024
in অসম, জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰই দিব ধামাকা পূজা অফাৰ! পূজাৰ পূৰ্বেই একাউণ্টত সোমাব ২হাজাৰকৈ টকা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা কেন্দ্ৰীয় চৰকাৰৰ অত্যন্ত জনপ্ৰিয় এক স্কিম৷ দেশৰ কোটি কোটি কৃষকক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে এই যোজনা আৰম্ভ কৰা হৈছিল৷ এই যোজনাত কৃষকৰ একাউণ্টত তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা বছৰি দিয়া হয়৷

চৰকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন দিয়া হয়৷ বৰ্তমান পৰ্যন্ত দেশৰ কৃষকে ১৭ সংখ্যক কিস্তিৰ টকা লাভ কৰিছে৷ এইবাৰ কৃষকৰ অপেক্ষা ১৮তম কিস্তিৰ ধন৷

সূত্ৰৰ খবৰ অনুসৰি দীপাৱলীৰ পূৰ্বে অক্টোবৰ মাহতেই পি এম কিষাণ সন্মান নিধিৰ ১৮ তম কিস্তিৰ ধন একাউণ্টত সোমাব পাৰে কৃষকৰ৷ অৱশ্যে এতিয়াও কোনো চৰকাৰী ঘোষণা কৰা হোৱা নাই৷ সম্প্ৰতি এক প্ৰশ্নও উঠিছে, যদি কোনো ব্যক্তিৰ মাটি নাই অথচ খেতি ক’ৰে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবনে?

কিন্তু চৰকাৰে জনোৱা অনুসৰি এই যোজনা নিজৰ মাটি নাথাকিলে আপুনি লাভ নকৰিব৷ যোজনাৰ সুবিধা পাবলৈ নিজৰ মাটিৰ সম্পূৰ্ণ কাগজ পত্ৰ আপুনি দেখুৱাব পাৰিব লাগিব৷ প্ৰতিবছৰে তিনিটা কিস্তি দিয়া হয় তাৰে প্ৰথম কিস্তি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত, দ্বিতীয় কিস্তি দিয়া হয় আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত আৰু তৃতীয় কিস্তি দিয়া হয় ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত৷ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন পঠিওৱা হয়৷

উল্লেখ্য যে এই আঁচনি তৎকালীন বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে ২০১৯ চনৰ অন্তৰ্বৰ্তীকালীন বাজেটত এই প্ৰকল্পটো ঘোষণা কৰিছিল তাৰপাছত প্ৰধানমন্ত্ৰীয়ে এই আঁচনিত সন্মতি প্ৰদান কৰে৷ এই আঁচনি এতিয়া বিশ্বৰ বৃহত্তম ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিমত পৰিণত হৈছে৷ এই কিস্তি পাবলৈ কৃষকসকলে তেওঁলোকৰ ই-কেৱাইছি সম্পূৰ্ণ কৰিব লাগিব৷ স্কিমৰ অফিচিয়েল ৱেবচাইট অনুসৰি “PMKISAN ৰেজিষ্টাৰ কৃষকসকলৰ বাবে eKYC বাধ্যতামূলক৷ OTP-ভিত্তিক eKYC PMKISAN পোৰ্টেলত পোৱা যায়৷ অথৱা বায়োমেট্ৰিক ভিত্তিক eKYCৰ বাবে নিকটতম CSC কেন্দ্ৰসমূহতো আপুনি যোগাযোগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক
অসম

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

June 22, 2026
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Next Post
৫০ লাখ টকাৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

৫০ লাখ টকাৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

খঙতে চাকৰি এৰিছিল, পুনৰ ২২,৫৮৪  টকা মাহিলী দৰমহাৰ অফাৰ দি মাতিলে প্ৰতিষ্ঠানে, কোন এই ব্যক্তি?

খঙতে চাকৰি এৰিছিল, পুনৰ ২২,৫৮৪ টকা মাহিলী দৰমহাৰ অফাৰ দি মাতিলে প্ৰতিষ্ঠানে, কোন এই ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.