• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

2 months ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

2 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

3 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

3 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

4 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

4 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

5 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

6 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

6 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

7 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

7 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

8 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

editor by editor
June 15, 2026 - Updated on June 17, 2026
in বাণিজ্য, বিবিধ, লেখা
0
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক
0
SHARES
598
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পি এম কিষাণ যোজনাৰ ২৩ নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে কোটি কোটি কৃষকে। ২০০০ টকা কেতিয়া একাউণ্টলৈ আহিব পাৰে, সেই কিস্তিৰ সুবিধা কোনে পাব আৰু কোনবোৰ কাম প্ৰথমে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ জানি লওক।

দেশৰ কোটি কোটি কৃষকে আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) ৰ ২৩ সংখ্যক কিস্তিৰ বাবে। এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰে। ২০০০ টকাকৈ টকা তিনিটা কিস্তিত পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। যোৱা মাৰ্চ মাহত কৃষকৰ একাউণ্টত জমা হৈছিল ২২ সংখ্যক কিস্তি। দেশৰ কোটি কোটি কৃষকে এতিয়া পৰৱৰ্তী কিস্তিৰ বাবে অপেক্ষা কৰাটো স্বাভাৱিক।

২৩ সংখ্যক কিস্তি কেতিয়া পৰিশোধ কৰা হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু সাধাৰণতে পি এম-কিছান আঁচনিৰ প্ৰতিটো কিস্তি প্ৰায় ৪ মাহৰ ব্যৱধানত পৰিশোধ কৰা হয়। সেই অনুসৰি মাৰ্চ মাহত ২২ সংখ্যক কিস্তি লাভ কৰাৰ পিছত জুন মাহত চাৰি মাহৰ সময়সীমা সম্পূৰ্ণ হৈছে। সেয়ে জুলাই মাহৰ মাজভাগলৈকে কৃষকৰ একাউণ্টলৈ ২৩তম কিস্তিৰ ২০০০ টকা চৰকাৰে প্ৰেৰণ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে এই কিস্তিৰ সুবিধা কেৱল সেইসকল কৃষকেহে পাব যিসকলে চৰকাৰে নিৰ্ধাৰণ কৰা বাধ্যতামূলক চৰ্তসমূহ পূৰণ কৰিছে। ২৩ তম কিস্তি পাবলৈ বেংক একাউণ্টৰ e-KYC সম্পূৰ্ণ কৰি ভূমি পৰীক্ষণ (Land Seeding/Land Verification) সম্পন্ন কৰাটো অতি প্ৰয়োজনীয়।

যিসকল কৃষকে এতিয়াও এই দুটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই বা যাৰ বেংক একাউণ্ট আধাৰ আৰু ডিবিটি (ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ)ৰ সৈতে জড়িত নহয়, তেওঁলোকে এই ২০০০ টকাৰ কিস্তিৰ পৰা বঞ্চিত হ’ব পাৰে। সেয়ে সকলো হিতাধিকাৰীকে সময়মতে পি এম-কিছান পৰ্টেলত গৈ নিজৰ স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

শীঘ্ৰে কৃষকসকলে পিএম-কিছানৰ অফিচিয়েল ৱেবছাইটত গৈ স্মাৰ্টফোনৰ জৰিয়তে ঘৰতে বহি ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব। প্ৰক্ৰিয়াটো এনেধৰণৰ— পি এম-কিছানৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। হোমপেজত থকা Farmer Corner অংশত ক্লিক কৰক। তাত e-KYC বিকল্পটো নিৰ্বাচন কৰক। আপোনাৰ আধাৰ নম্বৰ লিখক। আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰত এটা অ’টিপি আহিব। নিৰ্দিষ্ট স্থানত অ’টিপি প্ৰৱেশ কৰাৰ পিছত ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.